1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 6:17 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

এই ৬টা গুণ থকা ল’ৰাক বেছি ভাল পায় ছোৱালীয়ে, পঢ়ি লওঁক সবিশেষ…

  • Update Time : Tuesday, July 5, 2022

ডিজিটেল ডেস্কঃ কেনে স্বভাৱ বা কেনে ব্যৱহাৰৰ গৰাকী লৰাক পচন্দ কৰে ছোৱালীয়ে, এই কথা আপুনি জানেনে! মনোবিজ্ঞানৰ মতে, বিশেষ কেইটামান কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ছোৱালীৰ পচন্দ আৰু অপচন্দ। চাওঁ আহক বিশেষ কেইটামান তেনে কাৰক…

১. হাঁহি-মাতি থকা লৰাক ভাল পায় ছোৱালীয়েঃ

হাঁহি-মাতি থকা লৰা বা যুৱকক কেৱল ছোৱালীয়েই নহয় সকলো লোকেই ভাল পায়। হাঁহি-ধেমালি কৰি বেয়া পোৱা মানুহৰ লগত থাকি বৰিং অনুভৱ কৰে মানুহে। এগৰাকী নাৰী বা যুৱতীয়ে সেইসকলক পুৰুষক ভাল পায় যি সকলে নিজে হাঁহি থকাৰ লগতে ওচৰৰ সকলোকে হহুৱাই থাকে।

২. আত্মবিশ্বাসৰ গৰাকী যুৱকক ভাল পায় ছোৱালীয়েঃ

আত্মবিশ্বাসৰ গৰাকী হলে এটা লৰাক খুবেই ভাল পায় এগৰাকী নাৰীয়ে। যি লৰাই এগৰাকী ছোৱালীৰ আগত মনৰ কথা খুলি কবলৈ বেয়া পায়, তেনে লৰাক পচন্দ নকৰে ছোৱালীয়ে। সকলো কথা আত্মবিশ্বাস আৰু দৃঢ়তাৰে কথা কোৱা লৰাক খুবেই ভাল পায় এগৰাকী নাৰীয়ে।

৩. চাফ-চিকুণতাৰে থকা লৰা অতিকৈ পচন্দৰ হয় ছোৱালীঃ

যেতিয়া এগৰাকী লৰাই থকা পৰিৱেশটো পৰিষ্কাৰ কৰি নথয়, তেনে পৰিৱেশত থাকি আৰু তেনে পৰিৱেশ দেখি মনৰ পৰা এটা অশান্তি অনুভৱ কৰে ছোৱালীয়ে। গতিকে পৰাপক্ষত চাফ-চিকুণতাৰে থকা লৰাক ভাল পায় ছোৱালীয়ে।

৪. কথা কোৱাতকৈ কথা শুনা লৰা বেছি পচন্দৰ ছোৱালীৰঃ

সাধাৰণতে কথা কোৱাতকৈ কথা শুনা লৰাক বেছি ভাল পায় ছোৱালীয়ে। ছোৱালীবোৰ সাধাৰণতে বেছি আৱেগিক হয়, যিটো কথা বা ঘটনা তেওঁলোকে ভৱাৰ দৰে যেতিয়া নহয় তেতিয়া সেই বিষয়টোক লৈ অধিক চিন্তা কৰে ছোৱালীয়ে। গতিকে যিকোনো কথা ছোৱালীজনীৰ পৰা সম্পূৰ্ণকৈ যেতিয়া শুনা যায় তেতিয়া কোনো ধৰণৰ অশান্তি নহয়।

৪. সাজ-পোছাকৰ ক্ষেত্ৰত চেন্স থকা লৰা ছোৱালীৰ পচন্দৰঃ

সাধাৰণতে ছোৱালীয়ে লৰাৰ ড্ৰেচিং চেন্সৰ ওপৰতো বহু পৰিমাণে চকু দিয়ে। ডেন্সিং চেন্সৰ পৰাই এগৰাকী ছোৱালীয়ে অনুমান কৰে যে, এটা লৰাই নিজৰ ওপৰত কিমান গুৰুত্ব প্ৰদান কৰে।

৬. ছোৱালীৰ ফিটনেছৰ ওপৰত ধ্যান দিয়া লৰাক ভাল পায় ছোৱালীয়েঃ

ছোৱালীৰ ফিটনেছৰ ওপৰত ধ্যন দি তাত কিছুপৰিমাণে গুৰুত্ব দিয়া লৰাক পচন্দ কৰে ছোৱালীয়ে। ছোৱালীৰ মনত এইটো ভাৱো আহে যে, ফিটনেছৰ ওপৰত ধ্যান দিয়া এজন লৰাই তেওঁকো মৰমেৰে ৰাখিব ওৰে জীৱন।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme