1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 5:56 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

১০০কিঃমিঃ চলিব মাত্ৰ ১০টকাত! আজিয়েই ৯৯৯টকা দি লৈ আহক এইখন বাইক…

  • Update Time : Saturday, July 2, 2022

ডিজিটেল ডেস্কঃ শতকৰ ঘৰত প্ৰৱেশ কৰো কৰো পেট্ৰল-ডিজেলৰ মূল্য। সাধাৰণ জনতাৰ মূৰত ইন্ধনৰ মূল্যই মাধমাৰ শোধোৱাৰ সময়তে লৈ আহিছো এটা সকাহ দিব পৰা খবৰ। যিসকলে বাইক ভাল পায়, তেওঁলোকে শেষৰলৈকে পঢ়িব পাৰে এই বিশেষ বাতৰিটো।

মাত্ৰ ৯৯৯টকাত এখন বাইক। শুনিলে কিবা কৌতুক যেনহে লাগে, কিন্তু এয়া মিছা কথা নহয়। ৯৯৯টকাত এখন নতুন বাইকৰ কথা আপুনি এতিয়া চিন্তা কৰিব পাৰে আৰু এনে এখন বাইক বিক্ৰী কৰিব হায়দৰাবাদৰ মটৰ নিৰ্মাতা প্ৰতিষ্ঠান অটোমবাইলে (ATUMOBILE)। কিন্তু এই বাইকখনৰ বিশেষত্ব হল যে, এই বাইকখন কোনো পেট্ৰল বা ডিজেলত নচলে। বিদ্যুতৰ ছাৰ্জত চলিবলগীয়া এই বাইকখন এবাৰ ফুল ছাৰ্জ দিলে চলি প্ৰায় ১০০কিঃমিঃ। ৩.৩০ঘন্টাত ফুল ছাৰ্জ হবলৈ ১ ইউনিটৰ বিদ্যুত খৰছ হয় বুলি কোম্পানীটোৱে দাবী কৰিছে। অথাৰ্ত এই বাইকখনেৰে ১০০কিঃমিঃ পথ অতিক্ৰম কৰিবলৈ আপোনাৰ খৰচ হব মাত্ৰ ৭ৰ পৰা ১০টকা।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ৯৯৯টকাত আপুনি এই বাইকখন বুকিংহে কৰিব পাৰিব। ATUM 1.0 নামৰ এই বাইকখনৰ বজাৰ মূল্য ৭৮হাজাৰ ৯৯৯টকা। অন্য বাইকৰ দৰে স্পীড থকা এই বাইকখনত প্ৰতিষ্ঠানটোৱে প্ৰদান কৰে ৩বছৰৰ গেৰান্টি। অধিক জানিবৰ বাবে আপোনাৰ ওচৰৰ ATUMOBILE কোম্পানীৰ সৈতে যোগাযোগ কৰিব পাৰে আৰু প্ৰথম অৱস্থাত ৯৯৯টকা খৰছ কৰিয়েই নিজৰ কৰি লব পাৰে এই বিশেষ কম খৰচী বাইকখন।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme