1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 5:35 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

কটনত বৃদ্ধি পাইছে গুণ্ডাৰ! ইটা আৰু বিয়েৰৰ বটলেৰে আক্ৰমণ, ছাত্ৰৰ মূৰত ১৬টাকৈ চিলাই..

  • Update Time : Saturday, July 2, 2022

ডিজিটেল ডেস্কঃ ৰাজ্য তথা দেশৰ ভিতৰতে এখনি অগ্ৰনী শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ত বিগত কেইটামান বছৰৰ পৰা বৃদ্ধি পাইছে হিংসাত্মক ঘটনা। ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ সময়ত কটনৰ কি অৱস্থা হৈছিল সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কিন্তু শেহতীয়াকৈ অনুৰূপ ঘটনা সংঘটিত হোৱাৰ পাছতে এতিয়া কটন বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশক লৈ চিন্তিত হৈ পৰিছে বিদ্বান মহল।

শুকুৰবাৰে নিশা কটন বিশ্ববিদ্যালয়ৰ হোষ্টেলত মাৰপিটৰ ঘটনা সংঘটিত হয়। কটনৰ শ্বহীদ মোজাম্মিল হক ছাত্ৰাবাসত সংঘটিত হৈছে এই মাৰপিটৰ ঘটনা। ৰজনী কান্ত বৰদলৈ হোষ্টেলৰ ছাত্ৰই মাৰ পিট কৰাৰ অভিযোগ  উত্থাপিত কৰিছে এই হোষ্টেলটোৰ আৱাসী সকলে ৷

এই ঘটনাৰ ফলত হোষ্টেলটোৰ কোঠাৰ গ্লাচ ভঙাৰ লগতে এজন ছাত্ৰৰ এ মূৰ ফটাৰ ফলত ১৬ টাকৈ চিলাই পৰিছে। ইতিমধ্যে পান বজাৰ আৰক্ষী থানাত গোচৰ দিয়াৰ প্ৰস্তুতি কৰিছে শ্বহীদ মোজাম্মিল হক ছাত্ৰবাসৰ ছাত্ৰসকলে । প্ৰাপ্ত তথ্য অনুসৰি এটা ফেচবুক পোষ্টক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ ফলতে সৃষ্টি হ’ল এই ঘটনাৰ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme