1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 2:08 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

প্ৰকৃতিৰ এয়াই নিয়ম!

  • Update Time : Friday, June 17, 2022

ডিজিটেল ডেস্কঃ প্ৰকৃতিক তুষ্ট কৰাৰ পৰিণাম শেহতীয়াকৈ অসমবাসীয়ে বাৰুকৈয়ে ভোগ কৰিছে। হাফলঙৰ পাছত এতিয়া গুৱাহাটী তথা সমগ্ৰ ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত পানীত হাঁহ নচৰা অৱস্থা হৈছে জনতাৰ। বিশেষকৈ কামৰূপতে প্ৰায় ৭০হাজাৰ লোক বানত আক্ৰান্ত হোৱা বুলি সদৰি কৰিছে প্ৰশাসনে।

ইফালে অতিকৈ সুন্দৰকৈ নিৰ্মাণ কৰা ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে থকা কামাখ্যা-পাণ্ডু সংযোগী পথটোৰো অৱস্থা এতিয়া তথৈবচ। শিল আৰু মাটি খহি বিধ্বস্ত কৰি পেলাইছে পথটো। কেইটামান বছৰৰ পূৰ্বে পাহাৰ কাটি নিৰ্মাণ কৰা এই পথটোৰ অৱস্থা চাওঁক-

ইফালে নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ প্ৰায়বোৰ অঞ্চল এতিয়া পানীৰ তলত। ব্ৰহ্মপুত্ৰৰো জলপৃষ্ঠ দিনক দিন বৃদ্ধি পাইছে। শুকুৰবাৰে পুৱাৰ ভাগতে ননৈ নদীৰ দুটাকৈ মথাউৰি ভঙাৰো খবৰ পোৱা গৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme