1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 12:59 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

শৰীৰত কলেষ্টৰেল নিয়ন্ত্ৰণ কৰিবলৈ খাব এইকেইটা আহাৰ…

  • Update Time : Sunday, June 12, 2022

ডিজিটেল ডেস্কঃ কলেষ্টৰেল এবিধ মাৰাত্মক ৰোগ৷ এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা দিনকদিনে বৃদ্ধি হৈছে৷কলেষ্টৰেল বৃদ্ধিয়ে শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি কৰে৷ কলেষ্টৰেল প্ৰকৃততে এবিধ মম জাতিয় পদাৰ্থ৷ কলেষ্টৰেল প্ৰয়োজনীয়তা শৰীৰত সম্পূৰ্ণ নাই বুলিও ক’ব নোৱাৰি৷ কিন্তু শৰীৰত অত্যাধিক কলেষ্টৰেল বৃদ্ধি হোৱাটো ৰোগৰ লক্ষণ৷ শৰীৰত কলেষ্টৰেল বৃদ্ধি হোৱা বুলি কেনেকৈ বুজিব?

শৰীৰৰ বাবে কলেষ্টৰেলৰ প্ৰয়োজনীয়তা আছে৷ কোষৰ মেমব্ৰেন তৈয়াৰৰ বাবেও কলেষ্টৰেলৰ প্ৰয়োজনীয়তা আছে৷ কিন্তু অত্যাধিক বৃদ্ধি হোৱাটোহে ৰোগৰ লক্ষণ৷ প্ৰত্যেকগৰাকী ব্যক্তিৰ শৰীৰত কলেষ্টৰেলৰ পৰিমান ১০০-ৰ থকাই শ্ৰেয়৷

শৰীৰত কলেষ্টৰেল বঢ়াৰ বহুকেইটা কাৰণ থাকে৷ ডায়েটৰ ওপৰতো ই নিৰ্ভৰশীল৷ খাদ্যভাষ নিয়ন্ত্ৰণেৰে এই সমস্যা সমাধান কৰিব পাৰি৷ খাদ্যৰ তালিকাত কি কি ৰাখিলে কলেষ্টৰেলৰ সমস্যাৰ পৰা মুক্ত হ’ব পাৰি তাৰ এখন তালিকাও আগবঢ়াইছে চিকিৎসকে৷ এই তালিকাত আছে-

ওটছ

কলেষ্টৰেল বৃ্দ্ধি হোৱা লোকে খাদ্যৰ তালিকাত ওটছ ৰাখিব পাৰে৷ ওটছত চলিউবল ফাইবাৰ থাকে যি শৰীৰৰ বাবে প্ৰযোজনীয়৷ চলিইবুল ফাইবাৰে কলেষ্টৰেল বাহিৰ ওলোৱাত সহায় কৰে৷ প্ৰত্যেকজন মানুহেই খাদ্যৰ তালিকাত ওটছ ৰাখিব পাৰে৷

আপেল

শৰীৰৰ বাবে প্ৰয়োজনীয় এবিধ আহাৰ হৈছে আপেল৷ আপেল খাদ্যৰ তালিকাত ৰাখিলে কলেষ্টৰেল কমাত সহায়ক হয়৷ আপেলত বহু পৰিমানে ফাইবাৰ থাকে৷ ফাইবাৰ শৰীৰৰ বাবে অতিকৈ উপকাৰী৷ প্ৰত্যেকগৰাকী মানুহেই এদিনত এটাকৈ আপেল খোৱাটো প্ৰয়োজনীয়৷

কমলা

কমলাটেঙাত ভিটামিন-চি থাকে৷ ভিটামিন-চিয়ে কলেষ্টৰেল বহু পৰিমানে কমাব পাৰে৷ ইয়াৰোপৰি কমলাত চলিউবল ফাইবাৰ থাকে৷ এই ফাইবাৰে কলেষ্টৰেল দূৰ কৰাত সহায় কৰে৷

ইয়াৰোপৰি ৰাজমাহ, মাছো কলেষ্টৰেল কমোৱাত অতিকৈ উপকাৰী৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme