1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 6:55 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফৰ দেহাৱসান

  • Update Time : Friday, June 10, 2022

ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফৰ দেহাৱসান। দেশখনৰ প্ৰাক্তন সেনা প্ৰধান হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল মুছাৰফে। দীৰ্ঘদিন ধৰি ডুবাইত বাস কৰা মুছাৰফে এখন চিকিৎসালয়ত শেষ নিস্বাস ত্যাগ কৰিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯ বছৰ। ২੦੦১ চনৰ পৰা ২੦੦৮ চনলৈ তেওঁ পাকিস্তানৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

উল্লেখ্য যে ১৯৪৩ ভাৰতৰ দিল্লীত জন্মগ্ৰহণ কৰিছিল পাৰভেজ মুছাৰফে। পিছলৈ ১৯৬১ চনত পাকিস্তান মিলিটাৰী একাডেমীত যোগদান কৰে। ১৯৯৯ চনত bloodless coup-ৰ নেতৃত্ব দিয়ে। তাৰ দুবছৰ পিছত অৰ্থাৎ ২০০১ চনত পাকিস্তানৰ ৰাষ্ট্ৰপতি পদত অধিস্থিত হয়। ২০০৭ চনলৈ ৰাষ্ট্ৰপতিৰ পদ অলংকৃত কৰা পাৰভেছ মুছাৰফৰ শাষন কালতেই ২০০৮ চনত তেওঁ স্ব নিৰ্বাসনলৈ গ্ৰহন কৰে। উল্লেখ্য যে ২০১৩ ৰ পৰা ২০১৬ চনত পুনৰ তেওঁ চৰ্চালৈ আহে যদিও ২০১৬ চনত দেশদ্ৰোহীতাৰ গোচৰ তেওঁৰ ওপৰত আৰোপ হয়।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme