1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 9:54 pm
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

৪দিনঃ বঢ়াও নাই, কমাও নাই…

  • Update Time : Sunday, April 10, 2022

ডিজিটেল ডেস্কঃ কিছু সকাহ প্ৰদান কৰি বিগত ৪টা দিন স্থিৰ অৱস্থাত আছে পেট্ৰল-ডিজেলৰ মূল্য। প্ৰতিটো দিনতেই দাম বৃদ্ধি হোৱা পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি বিগত ৪টা দিনে হোৱা নাই। এই খবৰক লৈ জনতাই কিছুহলেও সকাহ লাভ কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, ৫ৰাজ্যৰ নিৰ্বাচনৰ পাছতে অতিপাত গতিত বৃদ্ধি পাইছিল পেট্ৰল-ডিজেলৰ লগতে সকলো প্ৰয়োজনীয় সা-সামগ্ৰীৰ।

উল্লেখ কৰা প্ৰয়োজন যে, দাম সাল-সলনি নহলেও এতিয়াও গুৱাহাটীত এক লিটাৰ পেট্ৰলৰ মূল্য ১০৫.৬৬টকা। ইফালে লখিমপুৰত ১লিটাৰ পেট্ৰলৰ মূল্য ১০৮.১২টকা, মাজুলীত ১০৮.১৬টকা আৰু ধুবুৰীত ১০৬.৪৩টকা।

ইফালে, গোৱালপাৰাত ১লিটাৰ পেট্ৰলৰ দাম ১০৬.৬০টকাৰ হোৱা বিপৰীতে তিনিচুকীয়াত ১০৫.৯৩টকা। অসমৰ ভিতৰতে পেট্ৰলৰ মূল্য সৰ্বাধিক হৈছে লখিমপুৰ আৰু মাজুলীত।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme