1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 8:50 pm
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

ৰাজ্যখনত ১০ এপ্ৰিললৈ বন্ধ থাকিব মাংসৰ দোকান, কিন্তু কিয় এই সিদ্ধান্ত?

  • Update Time : Friday, April 1, 2022

ডিজিটেল ডেস্কঃ মন বেয়া লগা খবৰ। অহা ১০ এপ্ৰিললৈকে বন্ধ ঘোষণা সকলো মাংসৰ দোকান। পিছে কিয় বন্ধ থাকিব সকলো মাংসৰ দোকান?

চৰকাৰৰ নিৰ্দেশত, খাদ্য সুৰক্ষা বিভাগক নৱৰাত্ৰিৰ সময়ত অৰ্থাৎ ৯ দিনৰ বাবে সকলো অঞ্চলত মাংসৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। খাদ্য সুৰক্ষা বিভাগেও চৰকাৰৰ নিৰ্দেশত সাজু কৰি তুলিছে বিশেষ টীম। এই টীমে শুকুৰবাৰে ৰাজ্যখনৰ প্ৰায় প্ৰতিটো অঞ্চলতে আৰম্ভ কৰিছে কাম।

অবৈধ ভাৱে কোনো লোকে মাংসৰ দোকান খুলিলে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি জনাইছে খাদ্য সুৰক্ষা বিভাগে। সকলো মাংসৰ দোকান পৰৱৰ্তী ৯ দিনৰ বাবে বন্ধ থাকিব ৰাজ্যখনত। উত্তৰপ্ৰদেশ চৰকাৰে লৈছে এই সিদ্ধান্ত।মাতৃ ভাগৱতীৰ উপাসনা কৰে। সনাতন ধৰ্মৰ মতে,এই দিনকেইটাত কেৱল লঘু আহাৰহে পৰিৱেশন কৰা হয়।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme