1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 7:56 pm

২০২৪ চনৰ পূৰ্বে ভাৰতবৰ্ষৰ পথৰ আন্তঃগাঁথনি আমেৰিকাৰ দৰে নিৰ্মাণ হ’ব…

  • Update Time : Wednesday, March 23, 2022

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে মঙলবাৰে লোকসভাত টোলগেটৰ ওপৰত বৃহৎ ঘোষণা কৰাৰ লগতে আন এক ঘোষণা কৰে। গাডকাৰীয়ে জনাই যে, ২০২৪ চনৰ পূৰ্বে দেশৰ সকলো পথৰ আন্তঃগাঁথনি আমেৰিকাৰ দৰে নিৰ্মাণ কৰা হ’ব। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰস্তাৱ অনুসৰি ” ভাৰতবৰ্ষক স্বাৱলম্বী হোৱাৰ বাবে দেশখনক সুখী, সমৃদ্ধ আৰু শক্তিশালী কৰি তুলিব। প্ৰধানমন্ত্ৰীয়ে সদনত দৃঢ় বিশ্বাসেৰে আশ্বাস দিয়ে, ভাৰতৰ সকলো পথৰ আন্তঃগাঁথনি ২০২৪ চনৰ পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমতুল্য হ’ব। তেখেতে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জন কেনেডিৰ এক মন্তব্য পুনৰাবৃত্তি কৰ কয়, ” আমেৰিকা ধনী হোৱাৰ মূল কাৰণ ইয়াৰ ৰাস্তাবোৰ ভাল।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme