1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 11:52 pm
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

যুদ্ধক্ষেত্ৰৰ কৰুণ ছবি, ৯ বছৰীয়া চাশহাই কিদৰে হেৰুৱালে নিজৰ হাত…

  • Update Time : Monday, March 21, 2022

ডিজিটেল ডেস্কঃ ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধত মৃত্যু হৈছে বহু নিৰীহ লোকৰ৷ তাৰ মাজতে ৰুছসেনাৰ গুলীত এখন হাত হেৰুৱালে ৯ বছৰীয়া কণমানি চাশহাই৷ ৰাছিয়াই ইউক্ৰেইনৰ সমগ্ৰ অঞ্চল আৱৰি ৰাখিছে, কোনো ঠাইত যদি ৰকেটেৰে আক্ৰমণ, আন কোনো ঠাইত সেনাৰ গুলিত নিহত নিৰীহ লোক৷ সেশাৰ পিতৃ নিজ পত্নীসহ দুই কন্যাক নিৰাপদ স্থানলৈ লৈ যোৱাৰ সময়তে ঘটিছে এই অঘটন৷ চলন্ত গাড়ীৰ ওপৰত ৰুছসেনাই কৰিলে আক্ৰমণ৷ সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি গাড়ী এৰি নিৰাপদ স্থানলৈ যাবলৈ চেষ্টা কৰিছিল পৰিয়ালটোৱে৷ সেই সময়তে ৰুছ সেনাৰ গুলীত প্ৰাণ হেৰুৱাই চাশাৰ দেউতাক আৰু এটা গুলি লাগে চাশাহাৰ বাওঁহাতত৷ চাশহাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিৰদিনৰ বাবে হেৰুৱাব লগা হয় কণমানিজনীৰ হাত৷ ঘটনা সন্দৰ্ভত চাশহাৰ দৃঢ় বিশ্বাস যে তেওঁক ৰুছ সেনাই জানি বুজি গুলীওৱা নাই৷ তেওঁৰ সতে শত্ৰুতা কিহৰ?

চাশহাই জনায় যে “মই নাজানো ৰাছিয়াৰ সেনাই মোক কিয় গুলীয়াইছিল। মই ভাবো এইটো মোৰ লগত সংঘটিত হোৱা এটা দুৰ্ঘটনা। তেওঁলোকে নিশ্চিতভাৱে মোক ইচ্ছাকৃতভাৱে আঘাত কৰা নাই। চাশহাই কয় “মোৰ হাতত এটা গুলী লাগিছিল। মই মোৰ ভনীৰ ওপৰত বাগৰি পৰিছিলোঁ। মোৰ মা’য়ো পৰি গৈছিল। মই ভাবিছিলো মোৰ মাৰ মৃত্যু ঘটিছে। কিন্তু নহয়, মোৰ মা আমাৰ লগত লুকাই আছিল। তাৰ পিছত মোৰ আন একো মনত নাই।” ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুসৰি, ৰাছিয়া-ইউক্ৰেইন যুদ্ধত এতিয়ালৈকে ১১৫ টা শিশুৰ মৃত্যু হৈছে আৰু ১০০ ৰো অধিক আহত হৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme