1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 7:04 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

বিবেক ৰঞ্জন অগ্নিহোত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন তনুশ্ৰী দত্তৰ…

  • Update Time : Monday, March 21, 2022

ডিজিটেল ডেস্কঃ বলিউদৰ এগৰাকী প্ৰখ্যাত অভিনেত্ৰী৷ অভিনেত্ৰীগৰাকীক আপোনালোকৰ নিশ্চয় মনত আছে! অভিনেত্ৰী গৰাকীয়ে ‘আশীক বনায়া আপনে’ গীতটোত যৌন আবেদনময়ী অভিনয়ৰে সকলোৰে ওচৰত এখন চিনাকী মূখ হৈ পৰিছিল। পূৰ্বতে নানা পাটেকাৰৰ বিৰুদ্ধে যৌন আতিশায্য‌ চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল অভিনেত্ৰীগৰাকীয়ে। শেহতীয়াকৈ “The Kashmir Files” বোলছবিখনে মুক্তি লাভ কৰাৰ পাছৰে পৰা এক আলোড়ণৰ সৃষ্টি কৰিছে৷ তাৰ মাজতেই “The Kashmir Files” ছবিৰ নিৰ্মাতা বিবেক ৰঞ্জন অগ্নিহোত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰাৰে পৰা পুনৰ বিতৰ্কৰ মাজলৈ সোমাই পৰে অভিনেত্ৰী তনুশ্ৰী দত্ত৷ উল্লেখ্য যে, “দ্য কাশ্মীৰ ফাইলছ” এই ছবিখনত কাশ্মীৰি পণ্ডিতসকলৰ জীৱন কাহিনী দেখুওৱা হৈছে৷ সম্পূৰ্ণ সত্য কাহিনীৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্মাণ কৰা হৈছে ছবিখন৷ ছবিখনক লৈ যিদৰে বিতৰ্ক সৃষ্টি হৈছে সেইদৰে সমাদৰো লাভ কৰিবলৈ সক্ষম হৈছে৷ ছবিখনৰ পৰিচালক বিবেক ৰঞ্জন অগ্নিহোত্ৰীৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ৷ আছিক বনায়া আপনে ছবিখনৰ শ্বুটিং চলি থকাৰ সময়ত অভিনেতা ইমৰান হাছমিৰ সন্মুখত তনুশ্ৰীক কাপোৰ খুলিবলৈ কৈছিল বিবেকে৷ যি কথা শুনি হতবাক লৈ পৰিছিল অভিনেত্ৰী তনুশ্ৰী৷ ভয় আৰু লাজৰ মাজেৰে তনুশ্ৰীয়ে কাপোৰ খুলিবলৈ লৈছিল ইমৰানৰ সন্মুখত, কিন্তু অভিনেতা ইমৰানে তনুশ্ৰীক কাপোৰ খুলিবলৈ নিদিলে৷ এই ঘটনাৰ সময়ত উক্ত স্থানত উপস্থিত আছিল অভিনেতা সুনীল চেট্টীও৷ সুনীল চেট্টীয়েও কাপোৰ খুলিবলৈ মানা কৰিছিল বুলি প্ৰকাশ কৰে অভিনেত্ৰী তনুশ্ৰীয়ে৷ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ বিবেক ৰঞ্জনে দ্য কাশ্মীৰ ফাইলছ ছবিখন নিৰ্মাণ কৰিছে বুলি উল্লেখ কৰিছে বিতৰ্কিত অভিনেত্ৰীগৰাকীয়ে৷

পিছে অভিনেত্ৰীগৰাকীৰ এই অভিযোগ কিমান দূৰ সত্য সেইয়া বৰ্তমানলৈ স্পষ্ট হোৱা নাই ৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme