1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 11:35 pm
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

গাড়ীগাঁৱৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ আন এজনক গ্ৰেপ্তাৰ…

  • Update Time : Friday, March 18, 2022

ডিজেটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ গাড়ীগাঁৱৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত বিকি আলীক এনকাউন্টাৰ কৰাৰ পিছতে ধৰ্ষণকাণ্ডৰ লগত জড়িত আন এজন অভিযুক্তক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ।

শুকুৰবাৰে অভিজিৎ মজুমদাৰ নামৰ আন এজন অভিযুক্তক আটক কৰে আৰক্ষীয়ে৷ গাড়ীগাঁৱৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ লগত জড়িত অভিজিৎ মজুমদাৰ OYO-ৰ অধীনস্থ ব্ৰক্ষ্মপুত্ৰ গেষ্ট হাউচৰ এগৰাকী কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল৷

ধৰ্ষণ কাণ্ডৰ লগত জড়িত অভিজিতে ব্ৰক্ষ্মপুত্ৰ গেষ্ট হাউচত নথি-পত্ৰ অবিহনে ১০৫ নং ৰুম ভাড়া দিছিল৷ যাৰ অভিযোগত অভিজিৎক মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ লগতে আন অপৰাধীকেইটাৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme