1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 7:56 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

২৫ বছৰ কম বয়সৰ যুৱতীৰ সৈতে প্ৰেম এগৰাকী ফুটবল খেলুৱৈৰ…

  • Update Time : Thursday, March 17, 2022

ডিজিটেল ডেস্কঃ ব্ৰাজিলৰ অৱসৰপ্ৰাপ্ত এগৰাকী ফুটবল খেলুৱৈ, নাম ৰোমাৰিঅ৷ শেহতীয়াকৈ খেলুৱৈগৰাকীৰ প্ৰেম কাহিনীয়ে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ ৫৬ বছৰ বয়সীয়া এইগৰাকী ফুটবল খেলুৱৈয়ে তেওঁতকৈ ২৫ বছৰ কম বয়সৰ মাৰ্চেল চিওলিনৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰাখিছে৷ মাৰ্চেলে ডিজিটেল ইনফ্লুয়েন্সাৰ হিচাপে কৰ্মৰত৷ শেহতীয়াকৈ প্ৰেমিক-প্ৰেমিকা হালে ৰুছ ফেষ্টিভেলত উঠা ফটো ভাইৰেল হৈ পৰিছে৷

ইয়াৰ পূৰ্বতেও বিবাহ পাশত আৱদ্ধ হৈছিল ৰোমাৰিঅ৷ বিয়াৰ পিছতে ১৯৯৫ চনত পত্নী মনিকা চেণ্টেৰোৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল৷ খেলৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁ ৰাজনীতিত সোমাই পৰে৷ বহু যুৱতীৰ সৈতে সম্পৰ্ক আছিল ৰোমাৰিঅৰ৷ তেওঁ অনা কেৰোলিন নজাৰিঅ নামৰ ২২ বছৰীয়া ছাত্ৰী এগৰাকীৰ সৈতেও সম্পৰ্ক ৰাখিছিল, আৰু কেৰোলিনে ৬ সন্তানৰ মাতৃত্ব লাভ কৰিছিল৷ ৰোমাৰিঅ ছোৱালীৰ প্ৰতি ইমানেই দুৰ্বলতা আছে যে এগৰাকী অভিনেত্ৰীৰ সৈতেও সম্পৰ্ক আছিল তেওঁৰ আৰু এটা সন্তানৰ জন্ম হৈছিল৷ কিছুদিন আগতে ৰোমাৰিঅই এটা লিখনৰি জৰিয়তে জনাইছে যে তেখেতে ফুটবল খেলিবলৈ যোৱাৰ আগতে নিজ পত্নীৰ সৈতে যৌন সম্ভোগৰ আনন্দ লাভ কৰিছিল৷ খেলৰ আগতে সেই সম্ভোগৰ দ্বাৰা যথেষ্ট উপকৃত হয় ৰোমাৰিঅই৷ যেতিয়া ব্ৰাজিলৰ ফুটবল দলটোৱে বিশ্বকাপত জয় হৈছিল সেই সময়ত তেওঁ সেই দলৰ এজন সদস্য আছিল৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme