1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 23, 2025, 8:53 pm

গাহৰিৰ কলিজা দেহত লৈ জীয়াই থাকিল দুমাহ, বুধবাৰে মৃত্যু…

  • Update Time : Wednesday, March 9, 2022

ডিজিটেল ডেস্কঃ আমেৰিকাৰ মেৰিলেণ্ড ইউনিভাৰচিটী অৱ মেডিকেল স্কুলত গাহৰিৰ হৃদপিণ্ড সংৰোপন কৰা লোকজনৰ মৃত্যু হৈছে। সংৰোপনৰ দুমাহৰ পাছতে মৃত্যু হৈছে লোকজনৰ।  এগৰাকী ৫৭বছৰীয়া লোকৰ দেহত গাহৰিৰ হৃদযন্ত্ৰ সফলতাৰে সংৰোপন কৰা এই বাতৰি  আন্তৰাষ্ট্ৰীয় স্তৰত  চৰ্চিত খবৰ হিচাপে পৰিগণিত হৈছিল।  ডেভিদ বেনেট নামৰ ৫৭বছৰীয়া ব্যক্তিগৰাকীৰ দেহত ইতিহাসত প্ৰথমবাৰৰ বাবে সংৰোপন কৰা হৈছিল গাহৰিৰ হৃদযন্ত্ৰ।

উল্লেখ্য যে, প্ৰায় ২৫বছৰৰ আগেয়ে এনেদৰেই মানৱ দেহত গাহৰিৰ হৃদপিণ্ড সংৰোপন কৰি প্ৰায় ৯৫শতাংশ সফলতা লাভ কৰিছিল ডাঃ ধনীৰাম বৰুৱাই।১৯৯৭চনত মানৱ দেহত গাহৰিৰ হৃৎপিণ্ড সংৰোপনৰ কৰাৰ প্ৰচেষ্টাত হাতত লৈ গুৱাহাটীত জেলৰ ভাত খাইছিল ডাঃ ধনীৰাম বৰুৱাই ।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme