1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 19, 2025, 2:16 pm
Trending:
শাওন মাহত কৰক তুলসী গছৰ লগত জড়িত এই বিশেষ বিধানটি, সৌভাগ্যৰ দুৱাৰ মুকলি হ’ব আপোনাৰ বাবে O Crescimento Do Cassino Online Tron: Uma Nova Idade No Jogos de Azar Online Page Not Found İddaa Siteleri Checking Out Cardano Gambling Enterprises: The Future of Blockchain Gaming Litecoin Gambling Establishment: A Comprehensive Guide to Crypto Gaming আপোনাৰো স্মাৰ্টফোনত লগাতকৈ বেছি এপ আছে নেকি তেন্তে হওঁক সাৱধান অন্যথা বিপদত পৰিব আপুনি ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা মহাকাশৰ পৰা পৃথিৱীলৈ সুকলমে উভটি আহিল। এই অভিযানত ইছৰোৱে কোটি কোটি টকা ব্যয় কৰিছে। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে ইয়াৰ বাবে মহাকাশচাৰী শুভাংশু শুক্লাই কিমান পালে ধন? প্ৰতিকূল বতৰৰ মাজকো অব্যাহত অমৰনাথ যাত্ৰা, দৰ্শনাৰ্থীসকলৰ বাবে প্ৰশাসনৰ তৰফৰ জাৰি বিশেষ সতৰ্কবাণী আপুনি বাৰু জানেনে পৃথিৱীত এনে কিছুমান ঠাই আছে যিসমূহ পৰ্যটকৰ বাবে সম্পূৰ্ণ নিষিদ্ধ, জানি লওঁক সবিশেষ কংগ্ৰেছত SPY কোন? কংগ্ৰেছৰ ভিতৰৰ অতি গোপন খবৰ কিদৰে লাভ কৰে CM হিমন্তই?

আপোনাৰো স্মাৰ্টফোনত লগাতকৈ বেছি এপ আছে নেকি তেন্তে হওঁক সাৱধান অন্যথা বিপদত পৰিব আপুনি

  • Update Time : Friday, July 18, 2025

আপুনিও যদি স্মাৰ্ট ফোন ব্যৱহাৰ কৰে তেন্তে হওঁক সাৱধান, সচৰাচৰ দেখিব পোৱা যায় যে মোবাইলত ডাউনলোড কৰি লোৱা কিছুমান এপে আপোনাৰ ফোনৰ লগতে জীৱনতো বিসংগতিৰ সৃষ্টি কৰিব পাৰে৷ চৰকাৰে সতৰ্ক কৰিছে যে মোবাইল থকা কিছুমান এপৰ চাইবাৰ অপৰাধ কৰিবলৈ চাইবাৰ অপৰাধীবোৰে সুবিধা পাই৷
গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা প্ৰকাশ হোৱা এক প্ৰতিবেদন অনুসৰি ভাৰতত প্ৰায় ৬ হাজাৰ লোক চাইবাৰ অপৰাধৰ বলি হ’ব লগা হৈছে৷ ইয়াৰ মাজতে আৰ বি আইৰ এক তথ্য অনুসৰি চাইবাৰ অপৰাধীয়ে প্ৰতি বছৰে হাজাৰ হাজাৰ কোটি টকা প্ৰৱঞ্চনা সংঘটিত কৰি আহিছে৷ ভুৱা ফোন নম্বৰৰ জৰিয়তে চাইবাৰ অপৰাধীয়ে ফোন কৰে আৰু তাৰ পিছত সাধাৰণ জনতাৰ সকলো তথ্য আহৰণ কৰি তেওঁলোকৰ বেংকৰ টকা হৰলুকি কৰি তেওঁলোকক সৰ্বস্বান্ত কৰে৷

ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ পৰ্টেলত দিয়া চৰকাৰী পৰামৰ্শ অনুসৰি স্মাৰ্ট ফোন ব্যৱহাৰকাৰীয়ে কেৱল মাত্ৰ বিশ্বাসযোগ্য উৎসৰ পৰাই এপসমূহ ডাউনলোড কৰা উচিত৷
Anroid ব্যৱহাৰকাৰীসকলে গুগল ষ্ট’ৰৰ পৰাই এপসূহ ইনষ্টল কৰা উচিত আনহাতে যিসকলে আইফোন ব্যৱহাৰ কৰে তেওঁলোকে এপল এপ ষ্ট’ৰত গৈয়ে ডাউনলোড কৰক৷
* যিমানদূৰ সম্ভৱ কেৱল অফিচিয়েল ৱেবছাইটৰ পৰাহে এপ ডাউনলোড কৰক।

চৰকাৰে স্পষ্টকৈ কৈছে যে কোনো অজ্ঞাত লিংক, পপ-আপ বা থাৰ্ড পাৰ্টি চাইটৰ পৰা এপটো ডাউনলোড নকৰিব।

এপসমূহ ইনষ্টল কৰাৰ পিছত কি কি সাৱধানতা অৱলম্বন কৰিব ?

১/ প্ৰয়োজনতকৈ বেছি অনুমতি নিদিব: কেমেৰা, মাইক বা স্থানৰ বাবে অনুমতি কেৱল তেতিয়াহে দিব যেতিয়া প্ৰকৃততে প্ৰয়োজন হয়।
২) “কেৱল এপ ব্যৱহাৰ কৰাৰ সময়ত” বিকল্প পথ লওঁক যাতে এপটোৱে আপোনাৰ তথ্য অবিৰতভাৱে সংগ্ৰহ কৰিব নোৱাৰে।
৩) সময় অনুসৰি অজ্ঞাত এপসমূহ নিজৰ ফোনৰ স্ক্ৰীণৰ পৰা আতৰাই থাকক আৰু ডিভাইচ সুৰক্ষা ছেটিং আপডেট কৰি থাকক৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme