1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 23, 2025, 10:40 pm

পুটিন আৰু জেলেনস্কীলৈ ৰূপজ্যোতি কুৰ্মীৰ আহ্বানঃ যুদ্ধ বন্ধ কৰক…

  • Update Time : Monday, March 7, 2022

ডিজিটেল ডেস্কঃ বেলেগতকৈ কিছু বেলেগ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। কেতিয়াবা কথাৰ বাবে, কেতিয়াবা কামৰ বাবে সদায়ে চৰ্চাত থাকে মৰিয়নীৰ বিধায়কগৰাকী। মাজতে কেইবা মাহো চৰ্চাৰ পৰা আতৰত থকা কুৰ্মী পুনৰ এবাৰ আহিছে চৰ্চালৈ। এইবাৰ তেওঁ চৰ্চালৈ আহিছে এটা বিশেষ কাৰনত।

প্ৰায় ১২দিন ধৰি চলি থকা ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধক লৈ কুৰ্মীয়ে কৰিছে এক বিশেষ মন্তব্য। এই যুদ্ধ সমাপ্ত কৰাৰ বাবে আহ্বান জনাইছে কুৰ্মীয়ে। কুৰ্মীয়ে কয়- এই দিনকেইটাত দুখন ৰাষ্ট্ৰই নহয় সমগ্ৰ বিশ্ব গভীৰ চিন্তাত আছে। গতিকে এই যুদ্ধ বন্ধ হব লাগে। তেওঁ লগতে অসম আৰু ভাৰতৰ শিক্ষাৰ্থীসকলক লৈও গভীৰ চিন্তা ব্যক্ত কৰে।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme