1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 23, 2025, 10:38 pm

ভয়ংকৰ VIDEO- ওমলি থকা এজনী কণমাণিক এটা বিষাক্ত সাপে ধৰিলে মেৰিয়াই!

  • Update Time : Monday, March 7, 2022

ডিজিটেল ডেস্কঃ এনেই চিন্তা কৰকচোন। এজনী কণমাণিয়ে খেলি থাকোতে হঠাতে যদি এডাল সাপে মেৰিয়াই ধৰেহি।  কি হব বাৰু! আমি ভাৱিবলৈয়ে ভয় কৰা এই ঘটনা সংঘটিত হৈছে। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ।

ভিডিঅটোত দেখা গৈছে এডাল বিষাক্ত সাপে খেলি থকা এজনী কণমাণিক মেৰিয়াই ধৰিছেহি। কণমাণি জনীয়ে গাৰ পৰা সাপটোক এৰুৱাবলৈ যত্ন কৰিছে যদিও সাপটোৱে আৰু জোৰকৈ মেৰিয়াই ধৰিছে। বহু সময়ৰ পাছত সাপটোৱে কণমাণি জনীক এৰি ঘৰৰ পৰা ওলাই গৈছে।

এই লিংকত গৈ চাই লওঁক সেই ভয়ংকৰ ভিডিঅটো-  https://www.instagram.com/reel/CagDugKDcH8/?utm_source=ig_web_copy_link

 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme