1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 23, 2025, 10:31 pm

পৌৰসভা নিৰ্বাচনঃ ৭০শতাংশ ভোটদানেৰে অন্ত পৰিল ভোটগ্ৰহণ…

  • Update Time : Sunday, March 6, 2022

ডিজিটেল ডেস্কঃ অন্ত পৰিল ৰাজ্যৰ পৌৰসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। প্ৰথমবাৰৰ বাবে পৌৰসভাত নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকৰ ভাগ্য বন্দী হল ই ভি এমত।  ৰাজ্যৰ ৮০টা পৌৰসভাত ৭০শতাংশ ভোটদান সম্পন্ন হয়।  মুঠ ৩৬খন নিৰ্বাচনী জিলাৰ ৯৭৭টা ৱাৰ্ডত অনুষ্ঠিত হৈছিল এই নিৰ্বাচন।

দেওবাৰে মুঠ ২হাজাৰ ৫৪টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ সম্পন্ন হৈছিল। ২৫৩২গৰাকী প্ৰাৰ্থীয়ে  প্ৰতিদ্বন্দ্বিতা কৰিছিল এই নিৰ্বাচনত। ৫৭গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে পৌৰসভা নিৰ্বাচনত।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme