1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2025, 12:55 am
Trending:
নিশা বহু দেৰিলৈকে টোপনি আপোনাৰো নাহে নেকি? শীঘ্ৰেই সলনি কৰক এই অভ্যাস অন্যথা বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব ৫টা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ প্ৰমাণিত ৰূপৰ আঙুঠি, জানি লওঁক সবিশেষ মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов

যদি পাৰে আপুনি জিনিয়াছ! ফটোখন চাই বিচাৰি উলিয়াব পাৰিবনে ১২গৰাকী সেনা জোৱানক!

  • Update Time : Saturday, March 5, 2022

 

ডিজিটেল ডেস্কঃ লকডাউনৰ সময়ৰে পৰা ছচিয়েল মিডিয়াত বিভিন্ন ধৰণৰ ফটো ভাইৰেল হয়। বহু ফটোৱে মানুহক কিছুমান কথা ভৱাই তুলিবলৈ বাধ্য কৰে। শেহতীয়াকৈ তেনে এখন ফটোৱে ভাইৰেই হৈছে ফেচবুক, টুইটাৰ আৰু ইষ্টাগ্ৰামত।  এই ফটো হৈছে এইখন-

इस तस्वीर में छिपे हैं आर्मी के कुल 12 जवान, एक भी बता पाए तो जीनियस समझे जाएंगे आप

এই ফটোখন সাধাৰণ যেন লাগিলেও ফটোখনত আছে ১২গৰাকী সেনা জোৱান। সহজতে ধৰিব নোৱাৰিলেও ভালদৰে চাইও বহুজনে ১২গৰাকী সেনা জোৱানক বিচাৰি উলিয়াব নোৱাৰে ফটোখনৰ পৰা।  ছচিয়েল মিডিয়াৰ লগতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো এই ফটোখনে যথেষ্ট চৰ্চা লাভ কৰিছে।

এতিয়া চাওঁক এই ফটোখনৰ কত কত আছে ১২গৰাকী জোৱান-  

1

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme