1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 23, 2025, 8:48 pm

বীৰৰ দৰে যুঁজি থকা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি দেশ এৰি পালেগৈ পোলেণ্ড!

  • Update Time : Friday, March 4, 2022

ডিজিটেল ডেস্কঃ মহাপ্ৰতাপী ৰাছিয়াৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিয়া ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীক সকলোৱে কৰিছে প্ৰশংসা। এনে পৰিস্থিতিৰ মাজতে শেহতীয়াকৈ ৰাছিয়া সংসদৰ স্পীকাৰ তথা অধ্যক্ষই দাবী কৰিছে যে, দেশৰ এৰি শুকুৰবাৰে পলায়ন কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। তেওঁ দাবী কৰিছে যে, ৰাষ্ট্ৰপতিগৰাকী পোলেণ্ডলৈ পলায়ন কৰিছে।

তেওঁ লগতে দাবী কৰিছে যে, কিভত ভয়ংকৰ আক্ৰমণৰ উমান পায়ে পলায়ন কৰিছে ৰাষ্ট্ৰপতিগৰাকীয়ে। সদনৰ অধ্যক্ষগৰাকীয়ে দাবী কৰিলেও ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীৰ পলায়ন কৰাৰ সন্দৰ্ভত কোনো সত্যতা নাই।

ৰাছিয়াৰ সংবাদমাধ্যমেও ৰাষ্ট্ৰপতিগৰাকীয়ে পলায়ন কৰিছে বুলি পূৰ্বে খবৰ প্ৰকাশ কৰাৰ পাছত ৰাজধানীৰ পৰাই ছচিয়েল মিডিয়াত লাউভ আহিছিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকী।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme