1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 9, 2024, 12:14 am
Trending:
ৰাজ্যৰ কাৰ্যবাহী অভিযন্তাসকলৰ পৰা বান-খহনীয়া সন্দৰ্ভত বুজ ল’লে মন্ত্ৰী পীযূষ হাজৰিকাৰ আপুনি জানেনে নৰসিংহ পাত আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী! কনজাংটিভাইটিছৰ পৰা হাত সাৰিবলৈ অৱলম্বন কৰক এইসমূহ উপায় আৰু দূৰত থাকক চকুৰ সমস্যাৰ পৰা আপোনাৰ নখকেইটা ধুনীয়া কৰি ৰাখিবলৈ মানি চলক কিছু ঘৰুৱা নিয়ম! পনীৰ প্ৰিয় যদি জানি লওঁক কিদৰে চিনাক্ত কৰিব প্ৰকৃত আৰু নকল পনীৰ! ভাৰতৰ সৰ্বোচ্চ ৰে’ল ষ্টেচনটো, য’ত শিৰৰ ওপৰত থাকে ডাৱৰ জন উইক’ নিৰ্মাতাই ক্ৰয় কৰিলে কৰণ জোহৰৰ ‘কিল’ ছবিৰ হলিউডৰ ৰিমেক ৰাইট। সনাতন ধৰ্মত জগন্নাথ ৰথ যাত্ৰাৰ আছে এক বিশেষ তাৎপৰ্য! আপুনি জানেনে আপোনালৈ হোৱাটছ এপত পঠোৱা ভিন্নৰঙী ‘LOVE EMOJI’য়ে কি কি বুজায়? অনন্ত আম্বানীৰ বিবাহ অনুষ্ঠানত উপস্থিত ৰোহিত-হাৰ্দিক-সূৰ্যক কাষত লৈ আবেগিক নীতা আম্বানী!

যুদ্ধৰ সমাপ্তি কেতিয়া? যুদ্ধত প্ৰাণ দিলে ইউক্ৰেইনৰ মহিলা জেট পাইলটেও…

  • Update Time : Friday, March 4, 2022

ডিজিটেল ডেস্কঃ ইউক্ৰেইনৰ আৰু ৰাছিয়াৰ যুদ্ধৰ মাজতে দেশৰ বাবে প্ৰাণ আহুতি দিলে এগৰাকী ইউক্ৰেনিয়ান মহিলাই৷ ইউক্ৰেইনৰ জেট পাইলট নাটাশা পেৰাকোৱে যুদ্ধতে প্ৰাণ হেৰুওৱাৰ খবৰ ভাইকেল এতিয়া সমগ্ৰতে৷ ২৮ বছৰ বয়সত দেশৰ বাবে যুঁজি মৃত্যু হয় নাতাশাৰ৷ বিগত ৮ দিন ধৰি চলি আছে ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধ। বহু নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে এই যুদ্ধক্ষেত্ৰত৷ সামাজিক মাধ্যমত ভাইৰেল হৈছে যুদ্ধৰ বহু দৃশ্য। মৃতদেহ, বিস্ফোৰণত ভাঙি যোৱা সু-উচ্চ অট্টালিকা আদিৰ ছবি এতিয়া সমগ্ৰতে ভাইৰেল।

যুদ্ধত হাজাৰ হাজাৰ ইউক্ৰেনিয়ান সৈন্যৰ মৃত্যু হৈছে। ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ কৰি ইউক্ৰেইনৰ বহু অঞ্চল নিজৰ কব্জালৈ আনিছে। শেহতীয়া খবৰ অনুসৰি ইউক্ৰেনিয়ান জেট পাইলট নাটাশা পেৰাকোৱে ৰুছ সেনাৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme