1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 23, 2025, 7:42 pm

ৰাছিয়াক হুংকাৰঃ উভতি যাওক, ইয়াত আপোনালোকৰ মৃতদেহৰ দম চাব নিবিচাৰো…

  • Update Time : Thursday, March 3, 2022

ডিজিটেল ডেস্কঃ প্ৰৱল প্ৰতাপী ৰাছিয়াৰ বিৰুদ্ধে সাহসেৰে যুঁজিছে ইউক্ৰেইনে।  প্ৰতিদিনাই শ শ সৈনিক মৃত্যু হোৱাৰ পাছতো যুদ্ধক্ষেত্ৰত বীৰদৰ্পে থিয় দি আছে ইউক্ৰেইনে। এই ক্ষেত্ৰত সন্মুখৰ পৰা নেতৃত্ব দিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। দিনে-নিশাই সৈন্যসকলৰ সৈতে থকাৰ উপৰিও ৰাষ্ট্ৰবাসীক সম্বোধি ঘনাই সাহস দি আছে ৰাষ্ট্ৰপতিগৰাকীয়ে।

শেহতীয়াকৈ ৰুছ সেনাক সম্বোধি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়- আপোনালোক ইয়াৰ পৰা উভতি যাওঁক। আমি ইউক্ৰেইনত আপোনালোকৰ মৃতদেহৰ দম চাব নিবিছাৰো।

ইয়াৰ উপৰিও বৃহস্পতিবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়- ৰাছিয়াই আমাক যিমান ধ্বংস কৰিছে, আমি পুনৰ নতুনকৈ গঢ়িম। কিন্তু ইয়াৰ পৰিনাম পাব ৰাছিয়াই।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme