1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 23, 2025, 7:50 pm

স্বাস্থ্য বিভাগত ওলাইছে ৪০৫০টা চাকৰি…

  • Update Time : Wednesday, March 2, 2022

ডিজিটেল ডেস্কঃ নিবনুৱা সকলৰ বাবে এটা ভাল খবৰ। স্বাস্থ্য বিভাগত ওলাইছে ৪০৫০টা পদৰ বাবে চাকৰি। এই নিযুক্তিৰ সন্দৰ্ভত ইতিমধ্যে  বিহাৰ স্বাস্থ্য বিভাগে জাৰি কৰিছে জাননী।  চাকৰি প্ৰত্যাশী সকলে ২০২২ক ৩মাৰ্চৰ লৈকে প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব।  বিহাৰ চৰকাৰে statehealthsocietybihar.orgত অনলাইন এপ্লাইৰ বাবে সুবিধা প্ৰদান কৰিছে।  উল্লেখ কৰা প্ৰয়োজন যে, যোৱা ১১ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল এই আবেদন প্ৰক্ৰিয়া।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme