1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 4:49 am

চিৰাঙত শিলাবৃষ্টিঃ ঘৰৰ মূধচ হৈ পৰিল চালনী…

  • Update Time : Monday, February 28, 2022

ডিজিটেল ডেস্কঃ প্ৰচণ্ড শিলাবৃষ্টি। ঘৰৰ মূধচ ফুটি যোৱা এই শিলাবৃষ্টি সোমবাৰে বিয়লি চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ এলেকাত সংঘটিত হয়। এই শিলাবৃষ্টিত কৃষি পথাৰৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ লগতে কেইবাখনো গাঁৱৰ লোকৰ ঘৰ ভাগি পৰে।

বেংলত ৰাজহচক্ৰৰ অন্তৰ্গত টুক্ৰাঝাৰ, বালাঝাৰ, ২ নং শালবাৰী, শান্তিপুৰ, দেউশ্ৰী আদি কৰি বিভিন্ন গাঁৱত প্ৰচণ্ড ধুমুহাইও জোকাৰি যায় গাওঁবাসীক। ৰাইজে প্ৰশাসনক ক্ষতিগ্ৰস্তসকলক সহায়ৰ বাবে আ্হ্বান কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme