1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 11:53 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

ৰাণী এলিজাবেথ আক্ৰান্ত কৰোনাত, ইফালে অসমত দেওবাৰে মৃত্যু দুগৰাকী…

  • Update Time : Sunday, February 20, 2022

ডিজিটেল ডেস্কঃ কৰোনাই বিদায় লোৱাৰ সময়তে শেহতীয়াকৈ বিট্ৰেইনৰ ৰাণী এলিজাবেথ আক্ৰান্ত হৈছে কৰোনাত৷ শেহতীয়াকৈ তেওঁক কৰা পৰীক্ষা ফলাফল আহিছে পজিটিভ৷ কৰোনাৰ সংক্ৰমণ ধৰা পৰিছে যদিও ৯৫বছৰীয়া ৰাণী এলিজাবেথৰ স্বাস্থ্য সম্পূৰ্ণৰূপে সুস্থিৰ বুলি জানিব পৰা গৈছে৷

ইফালে অসমত দেওবাৰে ১৩গৰাকী লোকৰ দেহত নতুনকৈ কৰোনাৰ সংক্ৰমণ ধৰা পৰাৰ লগতে ২গৰাকী ৰোগীৰ মৃত্যু হৈছে৷ আজিৰ দিনটোত ১৯৩৯গৰাকী লোকক কৰা হৈছিল কৰোনা টেষ্ট৷ বৰ্তমান অসমত ৫১৫গৰাকী ৰোগী চিকিতসাধীন হৈ আছে৷

দেওবাৰে মৃত্যু হোৱা কৰোনা ৰোগী দুগৰাকী হৈছ শোণিতপুৰ আৰু গোলাঘাটৰ৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme