1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 4:07 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

পত্নীক নিঃশেষ কৰি দেহৰ টুকুৰা প্ৰেচাৰ কুকাৰত বইল কৰিলে স্বামীয়ে, তাৰ পিছত…! ঘটনাৰ শিহৰণকাৰী বৰ্ণনা শুনি হতবাক হ’ল আৰক্ষী

  • Update Time : Thursday, January 23, 2025

আন এক শিহৰণকাৰী ঘটনাই দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। পত্নীক নৃশংসভাৱে হত্যা কৰি কাটি টুকুৰা-টুকুৰ কৰি প্ৰেচাৰ কুকাৰত বইল কৰিলে দেহৰ টুকুৰা। ইয়াৰ পিছতেই পাষণ্ড স্বামীয়ে পত্নীৰ মৃতদেহৰ দেহৰ অৱশিষ্ট পেলাই দিলে ওচৰৰে এটা বিলত। এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে তেলেংগানাৰ হায়দৰাবাদ চহৰৰ জিলেলাগুডা অঞ্চলত। খবৰ অনুসৰি, হত্যাকাৰী স্বামী গুৰুমূৰ্তি পেচাত এজন প্ৰাক্তন সেনা জোৱান আছিল। হত্যাৰ বলি হোৱা মাধৱী নামৰ মহিলাগৰাকীৰ আছিল দুটি সন্তান। বিগত ৫ বছৰ ধৰি স্বামী গুৰুমূৰ্তিৰ সৈতে মাধৱী হায়দৰাবাদৰ জিলেলাগুডাত বাস কৰিছিল। ইতিমধ্যে আৰক্ষীয়ে হত্যাকাৰী স্বামীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ জেৰাত এই নৃশংস হত্যাকাণ্ড কথা স্বীকাৰ কৰিছে হত্যাকাৰী স্বামীয়ে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগতে অতিৰিক্ত প্ৰমাণ তথ্য সংগ্ৰহ কৰি আছে। হত্যাকাৰী স্বামী গুৰুমূৰ্তি এজন অৱসৰপ্ৰাপ্ত সেনা জোৱান আছিল। বৰ্তমান কাঞ্চনবাগত নিৰাপত্তাৰক্ষী হিচাপে কৰ্মৰত গুৰুমূৰ্তি। ১৮ জানুৱাৰীত মাধৱীৰ মাতৃয়ে কন্যাৰ নিৰুদ্দেশ সন্দৰ্ভত আৰক্ষী থানাত এক গোচৰ দাখিল কৰিছিল। মৃত মহিলাগৰাকীৰ মাতৃয়ে দাখিল কৰা এজাহাৰ মতে ১৬ জানুৱাৰীৰ পুৱা স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হৈছিল। এই কাজিয়াৰ পাছতে দুপৰীয়া ঘৰৰ পৰা ওলাই গৈছিল মাধৱী। আৰু তাৰ পাছৰে পৰা সন্ধানহীন হৈ আছিল মহিলাগৰাকী। আৰক্ষীৰ ভাষ্য অনুসৰি অভিযুক্তই পত্নীক নণ্ডিয়ালত থকা মাতৃ গৃহলৈ যাবলৈ দিয়াৰ সময়তে এই নৃশংস হত্যাকাণ্ডটো সংঘটিত কৰে। তদন্তকাৰী আৰক্ষীয়ে এই সন্দৰ্ভত অনুসন্ধান চলাইছে যদিও মাধৱী নামৰ মহিলাগৰাকীৰ মৃতদেহ এই পৰ্যন্ত পোৱা নাই।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme