1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 2:10 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

চৰকাৰী কৰ্মচাৰীৰ সকলৰ বাবে এটা ভাল খবৰ…

  • Update Time : Wednesday, July 27, 2022

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে আহি আছে ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো ভাল খবৰ। চলিত বৰ্ষৰ আগষ্টমাহত  তেওঁলোকৰ ডি এ বৃদ্ধি পোৱাৰ আগেয়েই আহিব আন এক ভাল খবৰ। ১জুলাই,২০২২ত কেন্দ্ৰীয় চৰকাৰৰ ৮হাজাৰ কৰ্মচাৰীক দিয়া হব পদোন্নতি।  এই সন্দৰ্ভত ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এক সূচী প্ৰস্তুত কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে এই সন্দৰ্ভত ঘোষণাত কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সদৰি কৰে যে, এই কৰ্মচাৰীসকলৰ পদোন্নতিৰ পূৰ্বে ১বছৰৰ পৰা ১৮মাহৰ এক প্ৰশিক্ষণৰ প্ৰয়োজন হব। তাৰ পিছতহে পৰ্যায়ক্ৰমে পদোন্নতি দিয়া হব এই ৮হাজাৰ কৰ্মচাৰীক। ইফালে আগষ্ট মাহত ৪শতাংশ বৃদ্ধি পাব কেন্দ্ৰীয় কৰ্মচাৰীৰ ডি এ।

 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme