ভগৱানৰ অনুমতি লৈ প্ৰাক্তন মুখ্যমন্ত্ৰী সহিতে কংগ্ৰেছৰ ৮বিধায়কে যোগদান কৰিলে বিজেপিত…
-
Update Time :
Thursday, September 15, 2022
- গোৱাত বিজেপিৰ উত্থান আৰু কংগ্ৰেছৰ পতন।
- বুধবাৰে ৮গৰাকী বিধায়কে কংগ্ৰেছ এৰি যোগদান কৰিলে বিজেপিত।
- প্ৰাক্তন মুখ্যমন্ত্ৰী দিগম্বৰ কামতেও যোগদান কৰিলে বিজেপিত।
- ভগৱানৰ অনুমতি লৈ বিজেপিত যোগদান কৰিছো বুলি মন্তব্য দিগম্বৰ কামতেৰ।
- কংগ্ৰেছত নেতৃত্বৰ অভাৱ বুলি কলে গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।
- এই ৮গৰাকীয়ে পদত্যাগ কৰাৰ লগে লগে গোৱাত কংগ্ৰেছৰ বিধায়কৰ সংখ্যা ৩লৈ হ্ৰাস পালে।
🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক
More News Of This Category