1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 11:32 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি
ডিজিটেল ডেস্কঃ চীনে যিকোনো সময়তে কৰিব পাৰে আক্ৰমণ৷ গোপনে বহুকেইখন দেশক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে চীনে৷ এক ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ পিছতে চিন্তিত হৈ পৰিছে চুবুৰীয়া দেশসমূহ৷ চীনে গোপনে বিশেষ read more
ডিজিটেল ডেস্কঃ সাতভনীৰ বান্ধোন আজিও অটুত আছে। শেহতীয়াকৈ শনিবাৰে নাগালেণ্ডত সেনাৰ গুলীত নিহত হ’ল ১৫ গৰাকী নিৰীহ লোক। নিহতসকলৰ শেষকৃত ৰাজহুৱাভাৱে অনুষ্ঠিত কৰা হ’ল। ৰাজহুৱা শেষকৃত অনুষ্ঠানত উপস্থিত থাকে নাগালেণ্ডৰ read more
ডিজিটেল ডেস্কঃ ইচ্ছামৃত্যু বা আত্মহত্যা। দিনকদিনে মানুহৰ মাজত বৃদ্ধি পাইছে আত্মহত্যাৰ প্ৰৱণতা। আমাৰ দৰে তৃতীয় বিশ্বৰ দেশসমূহতেই কেৱল এই প্ৰৱণতা বৃদ্ধি হৈছে এনে নহয়। উন্নত দেশসমূহতো এই প্ৰৱণতা বৃদ্ধি হৈছে। read more
ডিজিটেল ডেস্কঃ লংকেশ্বৰ দাস স্মৃতি ন‍্যাসৰ উদ‍্যোগত হালোগাওঁ সেৱক সংঘ আৰু পুথিভঁৰালৰ সহযোগত বিগত দুটা বৰ্ষৰ দৰে এইবাৰো দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে শশাংক দাস কলিতা সোঁৱৰণী ৰূপালীম একাঙ্কিকা নাট read more
ডিজিটেল ডেস্কঃ বিশিষ্ট সাংবাদিক, সাহিত্যিক হোমেন বৰগোহাঁঞিৰ আজি ওপজা দিন। সাহিত্যিক গৰাকীৰ অনুপস্থিতিটো আজি ৰাজ্যৰ ভিন্নপ্ৰান্তত জন্মদিন উপলক্ষে আয়োজন কৰা হৈছে বিভিন্ন অনুষ্ঠানৰ। একাধাৰে সাংবাদিক, সাহিত্যিক, গল্পকাৰ, ঔপন্যাসিক হোমেন বৰগোহাঁঞিৰ read more
ডিজিটেল ডেস্কঃ মুকলি আকাশৰ তললৈ শ্বেৰমান আলী। জাতীয় শ্বহীদক অপমানসূচক মন্তব্য কৰি আটক হৈছিল শ্বেৰমান। সোমবাৰে শ্বেৰমানৰ বিৰুদ্ধে থকা তিনিওটা গোচৰত জামিন প্ৰদান কৰে চিজেএম আদালতে। সময়ত চাৰ্জশ্বীট দাখিল কৰিব read more
ডিজিটেল ডেস্কঃ আপুনি ফায়াৰ পান দেখিছে নাইবা কেতিয়াবা হয়তো খাইছে। কিন্তু কেতিয়াবা ভাৱিছিলেনে যে এদিন ফায়াৰ ফুচকাও বজাৰলৈ আহিব। আপুনি ভাৱক বা নাথাকক বজাৰলৈ কিন্তু আহিল ফায়াৰ ফুচকা। এই ফায়াৰ read more
ডিজিটেল ডেস্কঃ একশ্যন মুডত অসম আৰক্ষী। অপৰাধীয়ে পলাবলৈ চেষ্টা কৰিলেই অসম আৰক্ষীয়ে গুলী চলোৱাতো শেহতীয়াকৈ এক নিয়মত পৰিণত হৈছে। শেহতীয়াকৈ কেইবাশ অপৰাধীক পলাবলৈ লওতেই গুলীয়াই পুনৰ কৰায়ত্ত্ব কৰিবলৈ সক্ষম হৈছে read more
ডিজিটেল ডেস্কঃ মাত্ৰ ৭দিন। এই ৭দিনত ৰাজ্যবাসীয়ে কিমান যে কি নাটক দেখিলে তাৰ সীমা-সংখ্যা নাই। ভেকচিন নলওঁ বুলি কোনোবা যদি পথাৰলৈ দৌৰিছে, কোনোবা আকৌ বিচনা তলত সোমাইছে। কোনেবাই দম দিছে, read more
ডিজিটেল ডেস্কঃ প্ৰেম কৰা নাযায়, প্ৰেম হৈ যায়! কেতিয়া, ক’ত, কাৰ সৈতে প্ৰেম হব সেয়া কোনেও নাজানে। কেতিয়াবা এনে হয় কাৰোবাক দেখিলেই এনে লাগে যেন সেইজন ব্যক্তি আপোনাৰ বহুদিনৰে চিনাকি। read more
© All rights reserved © Current Trend Assam
Customized By BlogTheme