1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 6:07 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি
ডিজিটেল ডেস্কঃ আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ ৯৭ সংখ্যক জন্মজয়ন্তী। বাজপেয়ীৰ জন্মজয়ন্তী উপলক্ষে সমাধিস্থলীত উপস্থিত থাকে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ, লোকসভাৰ অধ্যক্ষ ওম বিৰালা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, read more
ডিজিটেল ডেস্কঃ এটাৰ পিছত আনটো সাফল্য ৰাজ্যলৈ। মহাকাশ বিজ্ঞানত অসম সন্তানে ধাৰাবাহিক কৃতিত্ব দাঙি ধৰিবলৈ সক্ষম হৈছে। ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ISRO-ৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত হৈছে তিতাবৰৰ অলকেশ কলিতা। নগাঁওৰ read more
ডিজিটেল ডেস্কঃ ৰাজ্যত নাইকিয়া হ’ব মধ্যভোগী। দালালৰ পিছতেই এইবাৰ মধ্যভোগীক লৈ সৰব হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মধ্যভোগীৰ গ্ৰাসত পৰি প্ৰকৃত কৃষকে উৎপাদিত ফচলৰ প্ৰকৃত মূল্যৰ পৰা বঞ্চিত হৈ আহিছে read more
ডিজিটেল ডেস্কঃ ৰাজ্যলৈ অন্য এক সুখবৰ। ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনিছে অসম নগাঁওৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে। ISRO-ৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত হৈছে অসম কন্যা নাজনীন ইয়াছমিন। নগাঁও জিলাৰ জুৰিয়াৰ কদমনি টাউন হাইস্কুলৰ read more
ডিজিটেল ডেস্কঃ গুৱাহাটীত উপস্থিত বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। অসমত উপস্থিত হৈছে পোনতেই কামাখ্যা ধামলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰীগৰাকী। দেশত তৃণমূল কংগ্ৰেছৰ বিস্তাৰৰ বাবেই বিভিন্ন ৰাজ্যলৈ যাত্ৰা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। শেহতীয়াভাৱে সোমবাৰে অসমত read more
ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি পাইছে অমিক্ৰণত আক্ৰান্ত লোকৰ সংখ্য়া। দেশৰ ১২খন ৰাজ্যত এতিয়ালৈকে অমিক্ৰণৰ সংক্ৰমণ ধৰা পৰিছ। ইয়াৰ ভিতৰত শীৰ্ষত আছে মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰত ৫৪গৰাকী লোক আক্ৰান্ত হৈছে অমিক্ৰণত। ইফালে দিল্লীত read more
ডিজিটেল ডেস্কঃ আধাৰ কাৰ্ডৰ সৈতে ভোটাৰ কাৰ্ড লিংক কৰিলেনে! যদিহে কৰা নাই পলম নকৰিব, কিয়নো এই সন্দৰ্ভত সোমবাৰে সদনৰ মজিয়াত বিধেয়ক উত্থাপন কৰিব কেন্দ্ৰই।  লোকসভাৰ মজিয়াত এই বিধেয়ক উত্থাপন কৰাৰ read more
ডিজিটেল ডেস্কঃ ভীষণ ঠাণ্ডা।  দিল্লী, গুৱাহাটী, ডিব্ৰুগড়কে ধৰি কেইবাখনো চহৰত  ঠেটুৱৈ ধৰা ঠাণ্ডাই কপাঁইছে জনতাক। এনে সময়তে বতৰ বিজ্ঞান বিভাগে সদৰি কৰিছে যে, উত্তৰ-পূব ভাৰতত অহা তিনিদিনত আৰু বৃদ্ধি পাব read more
ডিজিটেল ডেস্কঃ সাহিত্যিক, কথাশিল্পী ইমৰাণ শ্বাহক আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হৈছে পদ্মশ্ৰী সন্মান। শনিবাৰে কথাশিল্পী গৰাকীৰ শিৱসাগৰৰ ধাইআলিস্থিত বাসগৃহত প্ৰদান কৰা হৈছে এই বঁটা। শিৱসাগৰৰ জিলা উপায়ুক্ত মেঘনিধি দাহালে উপস্থিত read more
ডিজিটেল ডেস্কঃ মাতৃৰ অবৈধ সম্পৰ্কৰ বাবেই প্ৰাণ গল ১৪বছৰীয়া এগৰাকী কিশোৰীৰ। এই শোকাৱহ ঘটনা সংঘটিত হৈছে তামিলনাডুৰ কৌৱত্তৰত। মাতৃৰ সৈতে অবৈধ সম্পৰ্ক ৰখা এগৰাকী লোকে ১৪বছৰীয়া কন্যাক প্ৰথমে ধৰ্ষণ আৰু read more
© All rights reserved © Current Trend Assam
Customized By BlogTheme