1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 1:04 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

বৃদ্ধাশ্ৰমলৈ কেতিয়াও যাব লগা নহয়ঃ এই ১০টা কথা সন্তানক শিকাওক…

  • Update Time : Wednesday, May 31, 2023

ডিজিটেল ডেস্কঃ ছচিয়েল মিডিয়াত এটা বিশেষ পোষ্ট খুবেই ভাইৰেল হৈছে।  এগৰাকী দেউতাকে এগৰাকী সন্তানক শিকাব লগীয়া কেইটামান কথা বিশেষ ভাৱে চৰ্চা হৈছে ছচিয়েল মিডিয়াত।  এই ১০টা কথা হৈছে-

১. জোতা চিলাই বা ৰং কৰিবলৈ হলে মেৰামতি কৰা ব্যক্তিৰ সন্মুখত কেতিয়াও ভৰি আগবঢ়াই নিদিবা।পাৰিলে জোতাযোৰ খুলি নিজে এবাৰ মুচি দিবা।

২. কেতিয়াও কাকো ভিক্ষাৰী, কামৱালী বুলি নামাতিবা। মনত ৰাখিবা তেওঁলোক কাৰোবাৰ নহয় কাৰোবাৰ, ককাই,ভনী,মা,দেউতা। তেওঁলোকক সন্মান দি মাতিবা।

৩. বয়স, শিক্ষা, পদ বা পদবীৰ দিশত কোনোবাই সৰু হ’লেও কেতিয়াও কাকো সৰু বুলি নাভাবিবা। নহ’লে তুমিয়েই সৰু হৈ যাবা ।

৪. লিখা-পঢ়া কৰি জীৱনত উন্নতি লাভ কৰা কিন্তু কাৰোবাৰ কান্ধত ভৰি থৈ ওপৰলৈ উঠাৰ চেষ্টা নকৰিবা।

৫. কাৰোবাক সহায় কৰি পিছফালে ঘূৰি নাচাবা,তেও লাজো পাব পাৰে।

৬. সকলো সময়ত পোৱাতকৈ দিয়াৰ চেষ্টা বেছি কৰা,দান কৰ্তাৰ হাত সদায় ওপৰতেই থাকে।

৭. ল’ৰাহৈ জন্ম লৈছা,সেয়ে দায়িত্ব এৰি নিদিবা।

৮. তোমাৰ কি আছে সেইটো তোমাৰ গাত লিখা নাই। কিন্তু তোমাৰ ব্যৱহাৰত হে দেখা যাব তোমাৰ পৰিয়ালৰ কি আছে।

৯. কাৰোবাৰ ঘৰত নিমন্ত্রণ খাবলৈ গলে ঘৰৰ পৰা এমুঠি ভাত খাই ওলাবা। আনৰ ভাতৰ আশাত নাযাবা।

১০. কাৰোবাৰ ঘৰৰ খাদ্য খাই সমালোচনা নকৰিবা।কোনেও ইচ্ছানুযায়ী খাদ্য বেয়া কৰাৰ চেষ্টা নকৰে।

১১. ডাঙৰ হ’বলৈ নহয়,মানুহ হ’বলৈ চেষ্টা কৰা।

১২. সদায় ভদ্র ও নম্রতাৰে আগবঢ়া বা কথা কোৱা কিন্তু অন্যায়ৰ লগত আপোচ নকৰিবা।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme