1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 1:48 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

১৮নহয়, এতিয়াৰে পৰা ১৭বছৰতেই ভোটাৰ তালিকাত নাম অন্তভূক্তিৰ বাবে কৰিব পাৰিব আবেদন…

  • Update Time : Thursday, July 28, 2022
  • নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
  • এতিয়াৰে পৰা ১৭বছৰ হোৱাৰ পাছতে ভোটাৰ তালিকাত নাম অন্তভূক্তিৰ বাবে কৰিব পাৰিব আবেদন।
  • নিৰ্বাচন আয়োগে শেহতীয়াকৈ সদৰি কৰিছে এই তথ্য।
  • ১৮বছৰৰ পিছত ভোটাৰ তালিকাত নাম অন্তভূক্তিৰ বাবে আবেদন কৰিবলৈ ৰৈ নাথাকিবলৈ আহ্বান নিৰ্বাচন আয়োগৰ।
  • এই সন্দৰ্ভত সকলোৰে সহযোগিতা কামনা কৰিলে নিৰ্বাচন আয়োগে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme