1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
April 8, 2025, 5:00 am
Trending:
গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ তথা ঘৰলৈ সুস্থ বাতাবৰণ কঢ়িয়াই আনিবলৈ ঘৰৰ এই বিশেষ কোণত ৰাখক মাটিৰ কলহত পানী Wettbonus bloß Einzahlung 2025 No Anzahlung Gratiswetten Echtgeld Casinos in Brd 2025 Erreichbar damit echtes Piepen spielen আপুনি বাৰু জানেনে যকৃত ক্ষতি হোৱাৰ অন্যতম কাৰণসমূহ, জানি লওঁক সবিশেষ sixty 100 percent casino William Hill 100 free spins free Spins No deposit sixty Incentive Revolves On the Register Gambling enterprises Dino Area Position Have fun with the Totally free RTG Casino Riviera Riches slot machine Games On the internet Da Vinci Expensive diamonds Masterworks Slots, Real cash Casino slot games & Free Spin Online 20 no deposit free spins 2023 Gamble Demo আহাৰ গ্ৰহণ কৰাৰ পাছত নিতৌ গ্ৰহণ কৰক এই বিশেষ বস্তুবিধ সুস্থ হৈ থাকিব আপোনাৰ পাচনক্ৰিয়া ৬ এপ্রিল, দেওবাৰে দিছপুৰস্থিত পি, ডব্লিউ, ডি কনভেনচন হলত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব সংগীত ডট্ কম দশম বাৰ্ষিকী প্ৰতিষ্ঠা দিৱস Hot Cross Bunnies Games Changer Slot Video game On the web at the Perfect Ports

গৰু বিহুঃ আজি খাব লগা ১০১বিধ শাকৰ নাম জানেনে আপুনি?

  • Update Time : Thursday, April 14, 2022

ডিজিটেল ডেস্কঃ আজি গৰু বিহু। অসমীয়াৰ বাপোতি সাহোন ব’হাগ বিহুৰ পহিলা দিনটোত অৰ্থাৎ গৰু বিহুৰ দিনা ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে আনন্দ উছাহ। খেতিয়ক চহা জীৱনৰ অন্যতম উৎসৱ এই গৰু বিহু। গৰু বিহুৰ লগত প্ৰচলিত অসমীয়া সমাজৰ অন্যতম এক পৰম্পৰা হৈছে সিদিনাৰ দিনটোত ১০১ বিধ শাকৰ ব্যঞ্জন খাব লাগে। পৰম্পৰা অনুসৰি এই ১০১ বিধ শাক খালে বছৰটোলৈ বহু বেমাৰ আজাৰৰ পৰা ৰক্ষা পোৱা যায়। সিদিনাৰ দিনটোত খোৱা কেইবিধমান শাক হৈছে-

১) অমিতাফুল

২) অমৰা ফুল

৩) অশোক ফুল

৪) আৰফুল

৫) আমৰ মল

৬) আনাৰসৰ কোঁহ

৭) আলুগুটিৰ পাত

৮) আদাপাত

৯) আগেজলা

১০) ওলকচুপাত

১১) ওলকবি পাত

১২) কঁঠালৰ মুচি

১৩) কেঁহেৰাজ শাক

১৪) কচুশাক

১৫) কুঁহিয়াৰ পাতৰ আগ

১৬) কুকুৰাঠেঙীয়া

১৭) কোৱাভাতুৰি

১৮) কেঞাবন

১৯) কাচিপকা

২০) কাঁছকল পাত

২১) কাঠ আলু পাত

২২) কৰ্দৈ পাত

২৩) কলমৌ শাক

২৪) কুহিলা পাত

২৫) কলপচলা

২৬) কোমোৰা পাত

২৭) কেৰেলা পাত

২৮) খুতৰা শাক

২৯) গাখীৰতী

৩০) গাজৰ পাত

৩১) গৰুখিচ

৩২) চুকাশাক

৩৩) চজিনা পাত

৩৪) চালকুঁৱৰী আগ

৩৫) চিৰতা পাত

৩৬) চয়াবিন পাত

৩৭) জিলমিল শাক

৩৮) জেতুলীপকা পাত

৩৯) জালুকপাত

৪০) জলকীয়া পাত

৪১) জবাফুল

৪২) জ্যেষ্ঠমধু পাত

৪৩) জৱেত্ৰী

৪৪) জাতিলাউ পাত

৪৫) জিকা পাত

৪৬) টিকনি বৰুৱা

৪৭) টুপুৰী লতা

৪৮) টেঙামৰা

৪৯) টেঙেচি টেঙা

৫০) তিতাফুল

৫১) তিল পাত

৫২) তুলসী

৫৩) তিঁয়হ পাত

৫৪) থেকেৰা পাত

৫৫) থেৰেজু পাত

৫৬) দাংবদি

৫৭) দোৰোণশাক

৫৮) সোণবৰীয়াল

৫৯) দুপৰটেঙা

৬০) ধুন্দুলি পাত

৬১) ধতুৰা

৬২) ধনিয়া

৬৩) ঢেকীয়াশাক

৬৪) নৰসিংহ

৬৫) নহৰু পাত

৬৬) নেফাফু

৬৭) নুনি পাত

৬৮) নিলাজী বন

৬৯) পিৰালি পালেং

৭০) পিঁয়াজপাত

৭১) পদিনা

৭২) পিৰালি কুঁৱৰী

৭৩) পটল পাত

৭৪) পালেং

৭৫) পুৰৈশাক

৭৬) পনৌনৌৱা

৭৭) পচতীয়া

৭৮) পিপলি

৭৯) ব্ৰাহ্মীশাক

৮০) বিলাহী পাত

৮১) বন্ধাকবি

৮২) বনজালুক

৮৩) বেতগাজ পাত

৮৪) বেঙেনা পাত

৮৫) বৰথেকেৰা পাত

৮৬) বিহলঙনি

৮৭) বকফুল

৮৮) বৰমানিমুনি

৮৯) বৰবৰীয়াল

৯০) বৃন্দাবন

৯১) বহমথুৰি

৯২) বিশল্যকৰণি

৯৩) ভেদাইলতা

৯৪) ভাঙৰ আগ

৯৫) ভৃঙ্গৰাজ

৯৬) ভেকুৰি তিতা

৯৭) ভেটফুল

৯৮) মাটিকাঁদুৰি

৯৯) সৰু মানিমুনি

১০০) মহানিম

১০১) মচন্দৰী

১০২) মানধনিয়া

১০২) মৰলীয়া পাত

১০৩) মৰিচা

১০৪) মেথিশাক

১০৫) মেটেকা

১০৬) মৰাপাট

১০৭) মধুৰী আম পাত

১০৮) মধুসোলেং

১০৯) মূলাশাক

১১০) ৰঙালাউ আগ

১১১) লফাশাক

১১২) লাইজাবৰী

১১৩) লাইশাক

১১৪) শেৱালি ফুল

১১৫) সৰিয়হ শাক

১১৬) শুকলতি

১১৭) হাতীখুতৰা

১১৮) হেলচী শাক ইত্যাদি।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme