1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 2:08 am

🔹ৰাজস্থান নিৰ্বাচনৰ পিছত শেষ হাঁহি কোনে মাৰিব?

  • Update Time : Saturday, November 25, 2023

আজি পুৱাৰে পৰা ৰাজস্থান বিধানসভাৰ ১৯৯খন আসনৰ বাবে ভোটদান আৰম্ভ হৈছে। আজি দিনটোত ১৮৬২ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব।ৰাজস্থানৰ ২০০খন বিধানসভাৰ আসনৰ ভিতৰত ১৯৯খন আসনৰ বাবে ভোটদান আৰম্ভ হৈছে (ৰাজস্থান বিধানসভা নিৰ্বাচন ২০২৩)। সন্ধিয়া ৬ বজালৈ হ’ব এই ভোটগ্ৰহণ ।
কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী অশোক গেহলটে কৈছিল যে- এইবাৰ কেৰালাৰ দৰে আমিও দ্বিতীয়বাৰৰ বাবে ৰাজস্থানত জয় নিশ্চিত কৰি ইতিহাস সৃষ্টি কৰিম।
একে সময়তে আনফালে ৰাজস্থানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান- এইবাৰ জনসাধাৰণক বৃহৎ ব্যৱধানত বিজেপিক জয়লাভ কৰাত সহায় কৰিবলৈ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme