1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 1:24 am

ৰাহুলে কৰা ন্যায় যাত্ৰাৰ স্থান গংগা জলেৰে চাফা কৰিলে বিজেপিয়ে

  • Update Time : Saturday, February 17, 2024

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত হোৱা ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ ২০২৪ চনৰ ১৪ জানুৱাৰীত মণিপুৰৰ থৌবালৰ পৰা আৰম্ভ হৈছিল আৰু ২০২৪ চনৰ ২০ মাৰ্চত
ভাৰতৰ পূৱ-পশ্চিম বিস্তৃত মুম্বাইত শেষ হব। শনিবাৰে ৰাহুল গান্ধীৰ নেতৃত্বত হোৱা ভাৰত জোড়ো ন্যায় যাত্ৰা উপস্হিত হৈছে উত্তৰ প্ৰদেশৰ বাৰাণসীত।
উত্তৰ প্ৰদেশৰ বাৰাণসীলৈ যাত্ৰা কৰা ক্ষণত প্ৰিয়ংকা গান্ধী আৰু পল্লৱী পাটেলো অংশগ্ৰহণ কৰিছিল। বাৰাণসীত এখন ৰাজহুৱা সভাত ভাষণ দিয়ে
কংগ্ৰেছ নেতাগৰাকীয়ে। ৰাহুল গান্ধীৰ ৰাজহুৱা সভাস্হলী বিজেপি কৰ্মীয়ে গংগা পানীৰে ধুই পেলোৱাৰ এক খবৰ পোহৰলৈ আহিছে। সেই স্হানত ৰাহুল গান্ধীৰ বিৰুদ্ধে
উঠিল ‘GO BACK’ ধ্বনি।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme