1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 8:06 am

ৰাতিপুৱা গৰম পানী খাওতে এই নিয়মটো মানি চলক…

  • Update Time : Friday, January 17, 2025

ৰাতিপুৱা শুই উঠাৰ পাছতে আপুনি গৰম পানী খায় নেকি! বহুলোকৰে শুই উঠিয়ে গৰম পানী খোৱাৰ অভ্যাস আছে। কিন্তু এই গৰম পানী খোৱাৰো এক নিয়ম আছে। এই নিয়ম যদি আপুনি মানি নচলে, তেন্তে গৰম পানীয়ে আপোনাৰ দেহত কোনো ধনাত্মক প্ৰভাৱ পেলাব নোৱাৰে। এতিয়া জানি লওঁক গৰম পানী কেনেকৈ খাব লাগে।

ৰাতিপুৱা গৰম পানী খোৱাৰ এঘন্টা পিছলৈকে অন্য কোনো খাদ্য খাব নালাগে। যদিহে এই ১ঘন্টাৰ ভিতৰত চাহৰ লগতে অন্য সামগ্ৰী আপুনি খায়, তেন্তে গৰম পানী খোৱাৰ কোনো অৰ্থ নাথাকে। ৰাতিপুৱা আপুনি গৰম পানী খোৱাৰ ১ঘন্টাৰ পাছতহে অন্য সামগ্ৰী খাব লাগে।

উল্লেখ কৰা প্ৰয়োজন যে, ৰাতিপুৱা গৰম পানী খোৱাৰ পাছত ১ঘন্টা সময়লৈকে সেই পানীখিনিয়ে দেশৰ সকলো কোষ সজীৱ কৰি তোলাৰ বাবে অবিৰত প্ৰচেষ্টা চলায়। ইয়াৰ মাজতে যদি অন্য সামগ্ৰী সেৱন কৰে তেন্তে গৰম পানীয়ে শৰীৰত সেই কাম খিনি সুচাৰু ৰূপে কৰিব নোৱাৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme