1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
April 2, 2025, 10:47 am

ৰাজ্যৰ ২৩ গৰাকী সাহিত্যিকলৈ সাহিত্যিক পেঞ্চন…

  • Update Time : Sunday, December 5, 2021

ডিজিটেল ডেস্কঃ অসম চৰকাৰে ৰাজ্যখনৰ ২৩ জন বিশিষ্ট সাহিত্যিকক সাহিত্যিক পেঞ্চন দিয়াৰ কথা ঘোষণা কৰিছে। দেওবাৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সংবাদমেলযোগে এই কথা ঘোষণা কৰিছে।

ৰাজ্যৰ ২৩ গৰাকী সাহিত্যিক ক্ৰমে ৰঞ্জু হাজৰিকা, জ্যোতিলাল চৌধুৰী, ডঃ অনিল শইকীয়া, কালিনাথ পাংগিং, দিলীপ কুমাৰ শৰ্মা, মাখনলাল বাঢ়ৈ, মানিকলাল মহাতু, বিনোদ ভাগৱতী, উৎপল দত্ত, নবীন বৰুৱা, ৰাজেন্দ্ৰ শৰ্মা, দীপংকৰ ৰঞ্জন কৌৰ, তুষাৰ ক্ৰান্তি সাহা, তপন দাস, নীলমোহন ৰায়, লখিহিৰা দাস, বিশ্বেশ্বৰ বসুমতাৰী, অৰবিন্দ উজিৰ, মঙ্গলসিং হাজোৱাৰী, বনেশ্বৰ বসুমতাৰী, ডাঃ মঙ্গল সিং হাজৱাৰী, লক্ষীকান্ত দাস, নবিন মাল্লা বড়ো।

উল্লেখ্য যে ৭ ডিচেম্বৰত বিশিষ্ট সাহিত্যিক হোমেন বৰগোঁহাইৰ জন্মদিনৰ সৈতে সংগতি ৰাখি কলাক্ষেত্ৰত প্ৰদান কৰা হ’ব এই বঁটা। অসম চৰকাৰৰ উদ্যোগত সাহিত্যিক সকলৰ প্ৰতি সন্মান জনাই প্ৰদান কৰা হ’ব সাহিত্যিক পেঞ্চন।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme