1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 2, 2024, 7:13 pm
Trending:
এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে? ঔষধী গুণ সম্পন্ন মধুৰীৰ লগতে মধুৰীৰ পাতেও ভাল কৰিব পাৰে ভিন্ন ৰোগ! মছন্দৰীৰ গুণাগুণ সম্পৰ্কে জানেনে আপুনি? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে! ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে?

ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ?

  • Update Time : Monday, July 1, 2024

পাচলি হিচাবে বহুল ভাৱে ব্যৱহৃত ৰঙালাও বহুতৰে প্ৰিয় ব্যঞ্জন। ৰান্ধিবৰ বাবে কাটি লোৱাৰ পিছত ৰঙালাওৰ বীজ বা গুটি খিনি সচৰাচৰ পেলাই দিয়া হয়। কিছু সম্প্ৰদায়ৰ লোকে অৱশ্যে গুটিৰ বাকলি গুচাই পিহি সৰু মাছ আদিৰ লগত গ্ৰেভী হিচাবে আৰু বৰ সুস্বাদু কৈ ইয়াক ব্যৱহাৰ কৰা দেখিছো। জানো আহক ৰঙালাওৰ বীজ বা গুটি আমাৰ স্বাস্থ্যৰ কাৰণে কিমান উপকাৰী আৰু প্ৰয়োজনীয়।
. ৰঙালাও গুটিয়ে ফিটাপেলু আৰু আন পৰজীৱী নিৰাময় কৰে।
. ৰঙালাও বীজে ডাইবেটিছ ৰোগীৰ ইন্চুলিন ক্ষৰণ উন্নত কৰে।
. লাওৰ গুটিয়ে বাত বিষ কমাব পাৰে, এই ৰোগ থকা সকলে নিয়মিত ৰঙালাওৰ গুটি খোৱা উপকাৰী৷
. ৰঙালাওৰ গুটি খালে হৃদযন্ত্ৰ ভালে থাকে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme