1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
April 8, 2025, 3:26 pm

ৰকেটক ঢাকিছে পতাকাৰে, কিন্তু কিয়?

  • Update Time : Thursday, March 3, 2022
Russia Rocket

ডিজিটেল ডেস্কঃ মহাকাশৰ ইউৰোপীয়ান ৰকেটত কেইখন মান দেশৰ পতাকা৷ ৰাছিয়ান স্পেচ এজেঞ্চী মুৰব্বী দিমিত্ৰী ৰোগোজিন শ্বেৰ্ডে বুধবাৰে টুইটাৰ যোগে এটা ভিডিঅ’টো পষ্ট কৰিছে। যত জাপান, আমেৰিকা যুক্তৰাজ্য আৰু ইউৰোপীয় দেশ সমূহৰ পতাকা বোৰ স্পেচ ৰকেটৰ ওপৰত ঢাকি দিয়া হৈছে৷

ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই আক্ৰমণ কৰাৰ পিছৰে পৰা ৰাছিয়াই এক চেভৰ গ্লোবেল বেকলেছৰ সন্মুখীন হোৱাৰ পিছতে, ৰাছিয়াৰ এই পদক্ষেপ হাতত লোৱা দেখা যায়৷ ৰাছিয়াৰ মত অনুসৰি ৰাছিয়াৰ ৰকেটত কিছুমান বিশেষ দেশৰ পতাকা নাথাকিলে বেছি শুৱনি দেখে৷ কিন্তু কিমান যুক্তি সম্পন্ন ৰাছিয়াৰ এই মন্তব্য৷ এই বিষয়ে সচেতন মহলত উত্থাপিত হৈছে প্ৰশ্ন৷ বুধবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধিৱেশনত ভাৰতে ৰাছিয়াক ঘনীভূত কৰা প্ৰস্তাৱৰ ওপৰত ভোটদান নকৰাৰ বাবেই ঢাকি দিয়া নহ’ল নেকি জাতীয় পতাকা৷ অনাগত দিনত ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধ অব্যাহত থাকিলে কোন কোন দেশে কাৰ কাৰ পক্ষত থিয় হব সেয়া সময়তহে পৰিলক্ষিত হ’ব৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme