1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 1:46 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

৪০লাখ পৰা ১কোটিঃ এইসকল সাংবাদিকৰ দৰমহাৰ কথা জানিলে মূৰ ঘুৰাই যাব আপোনাৰ…

  • Update Time : Monday, January 9, 2023

ডিজিটেল ডেস্কঃ আৰ্থিক দিশৰ পৰা সাংবাদিকসকলৰ অৱস্থা বৰ-বেছি সুচল নহয় বুলি ভৱা হও যদিও বৰ্তমান বহু সাংবাদিকৰ দৰমহা মাহে লাখ তথা কোটি টকা। কিছুদিনৰ আগেয়ে এন ডি টিভিৰ পৰা ওলাই যোৱা সাংবাদিক ৰবীশ কুমাৰৰ মাহিলী দৰমহা প্ৰায় ১৫-২০লাখ টকা আছিল বুলি চৰ্চা হৈছে।

ইফালে ইণ্ডিয়া টিভিৰ চেয়াৰমেন ৰজত শৰ্মাই মাহিলী দৰমহা হিচাপে ৪০লাখৰো অধিক টকা লয় বুলি জানিব পৰা গৈছে। দেশৰ এগৰাকী আগশাৰীৰ সাংবাদিক ৰাজদ্বীপ চৰদেশাইয়ে এটা মাহত ৮০লাখৰো অধিক টকা দৰ্মহা হিচাপে লাভ কৰে।

আনফালে অসম সন্তান তথা ৰিপাব্লিক মিডিয়া নেটৱৰ্কৰ স্বতাধিকাৰী অৰ্ণৱ গোস্বামীয়ে মাহে প্ৰায় ১কোটি টকাৰ দৰ্মহা লয় বুলি চৰ্চা হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, আমাৰ ৰাজ্যতো কেইবাগৰাকীও সাংবাদিকে মাহিলী লাখ টকাৰ দৰমহা লাভ কৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme