ডিজিটেল ডেস্কঃ ১০ বজাৰ পূৰ্বে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ফলাফল। কোনে ভাইৰেল কৰিলে এই ফলাফল? ১০ বজাৰ পূৰ্বে ফলাফল ভাইৰেল কৰা লোকসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব ছেবাই।
উল্লেখ্য যে পুৱাৰে পৰাই সামাজিক মাধ্যমত একাংশই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টেণ্ড কৰাসকলৰ ৰিজাল্টৰ লিষ্ট ভাইৰেল কৰিছে। বিষয়টো দৃষ্টিগোচৰ হোৱাত ছেবাই গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত লৈছে।