1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 3:45 pm

১০ বজাৰ পূৰ্বে ভাইৰেল মেট্ৰিকৰ ফলাফল! গোচৰ ৰুজু কৰিব ছেবাই…

  • Update Time : Tuesday, June 7, 2022

ডিজিটেল ডেস্কঃ ১০ বজাৰ পূৰ্বে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ফলাফল। কোনে ভাইৰেল কৰিলে এই ফলাফল? ১০ বজাৰ পূৰ্বে ফলাফল ভাইৰেল কৰা লোকসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব ছেবাই।

উল্লেখ্য যে পুৱাৰে পৰাই সামাজিক মাধ্যমত একাংশই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টেণ্ড কৰাসকলৰ ৰিজাল্টৰ লিষ্ট ভাইৰেল কৰিছে। বিষয়টো দৃষ্টিগোচৰ হোৱাত ছেবাই গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত লৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme