1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 1, 2024, 12:46 pm
Trending:
ৰঙালাও গুটি পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে এই প্ৰতিবেদন আপোনাৰ বাবে ? পুনৰ ৰাজ্যত সংহাৰী ৰূপ ল’ব বতৰে, জাৰি কৰা হৈছে ৰেড এলাৰ্ট দেহৰ বিভিন্ন ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে মাটিকঁঠাল! কি কৰিলে আপোনাৰ আঁঠুৰ বিয় ভাল হ’ব নিমিষতে! ‘কল্কি ২৮৯৮ ‘ ছবিখনে বৰ্তমানৰলৈকে কিমান টকা উপাৰ্জন কৰিলে? কিছু সৰু সৰু অভ্যাসে ধ্বংস কৰিব পাৰে যকৃত্! সুনীতাৰ বাবে বিশ্বজুৰি প্ৰাৰ্থনা, মহাকাশৰ পৰা সোঁশৰীৰে ধৰিত্ৰীলৈ আহিব পাৰিবনে সুনীতা? ৩০ জুন, দেওবাৰে উত্তৰণৰ সম্বৰ্দ্ধনা অনুষ্ঠান! কিমান বয়সৰ লোকৰ ডেংগুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি? বিয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ’ব লাগে?

হোৱাটছএপ ব্যৱহাৰকাৰীলৈ বিশেষ অফাৰ

  • Update Time : Friday, November 5, 2021

ডিজিটেল ডেস্কঃ হোৱাটছএপে শীঘ্ৰেই ‘সকলোৰে বাবে আগবঢ়াইছে বিশেষ সুবিধা। হোৱাটছএপে সকলোৰে সুবিধাৰ বাবে বৃদ্ধি কৰিছে অল ডিলেটৰ যি সময়সীমা বৃদ্ধি কৰিছে। বৰ্তমানে, এজন ব্যৱহাৰকাৰীয়ে ভুলতে পঠিওৱা কিবা মেছেজ বা বাৰ্তা এটা ডিলেট কৰাৰ বাবে সময় বৃদ্ধি কৰি ৬৮ মিনিট ১৬ ছেকেণ্ড আছিল সেই সময় এতিয়া ৩ মাহলৈকে বৃদ্ধি কৰা হ’ব।

হোৱাটছএপে মেছেজিং প্ৰক্ৰিয়াত প্ৰথমে ২০১৭ চনত ‘সকলোৰে পৰা ডিলেটৰ’ সুবিধা মুকলি কৰিছিল। সেই সময়ত এটা বাৰ্তা ডিলেট কৰিবলৈ মাত্ৰ ৭ মিনিটৰ অনুমতি দিয়া হৈছিল আৰু ইয়াক ২০১৮ চনত ৪০৯৬ ছেকেণ্ডলৈ সম্প্ৰসাৰিত কৰা হৈছিল যাৰ অৰ্থ হৈছে ১ ঘণ্টা, ৮ মিনিট আৰু ১৬ ছেকেণ্ড। ইয়াৰ উপৰিও, হোৱাটছএপে তিনিটা নতুন সুবিধা প্ৰৱৰ্তন কৰিছে, এটা এপ্পৰ ৱেব সংস্কৰণৰ বাবে আৰু দুটা মোবাইল এপৰ বাবে। হোৱাটছএপ ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ ছবিবোৰ প্ৰেৰণ কৰাৰ আগতে ৱেব আৰু ম’বাইলত সম্পাদনা কৰিব পাৰে, ইয়াৰ উপৰিও, হোৱাটছএপে এটা নতুন সুবিধাৰ ওপৰত কাম কৰি আছে যিয়ে ব্যৱহাৰকাৰীসকলক মেছেজ বা বাৰ্তা টাইপ কৰাৰ লগে লগে ষ্টিকাৰৰ পৰামৰ্শ আগবঢ়াব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme