1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2024, 6:28 pm
Trending:
ৰাজ্যসভাত প্ৰথমটো ভাষণতেই দেশবাসীৰ অন্তৰ জিনিলে সাংসদ সুধা মূৰ্তিয়ে আপোনাৰ চকুৰ বিষ বা জ্বলা-পোৰা সমস্যা হৈছে নেকি? আমলখি ব্যৱহাৰ কৰি লাভ কৰক সুফল! উক্ত তাৰিখটোৰ পৰা কেতুৱে ভাগ্য উদয় কৰিব এই তিনি ৰাশিৰ জাতক-জাতিকাক পদিনা খাইনে আপুনি? পদিনাই নাইকিয়া কৰিব আপোনাৰ শৰীৰৰ ভিন্ন সমস্যা! ৰিচাৰ প্ৰশ্নৰ অনুৰাগীয়ে দিলে এনে উত্তৰ, ৰিচা হৈ পৰিল একেবাৰে নিৰুত্তৰ আপুনি বাৰু অপৰাধৰ লগত থকা ঘটনা বেছি চাই বা পঢ়ে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন এক আচহুৱা ঘটনা! এমাহত ৫বাৰকৈ সাঁপে খঁটাৰ পিছতো বিকাশ জীৱন্ত অৱস্থাত সকলোৰে পৰিচিত ইলাচি শৰীৰৰ বাবে খুবেই উপকাৰিতা আপুনি জানেনে যে ৯০% লোকেই ভুল সময়ত ব্ৰেকফাষ্ট কৰে?

হৃদয়বিদাৰক! ঋণৰ বাবেই পুত্ৰক হত্যা, তাৰপিছত?

  • Update Time : Sunday, February 18, 2024

ঋণেই যেন নমাই আনিলে এজন ব্যক্তিৰ জীৱনলৈ কাল অমানিশা। দীনেশ সিঙ নামৰ ব্যক্তি এজনৰ জীৱনলৈ অন্ধকাৰ কঢ়িায়ই আনিলে ঋণে। ঘটনাটো বিহাৰৰ কাটিহাৰ জিলাৰ ভাৰিন গাৱঁৰ। দীনেশ সিঙ নামৰ ব্যক্তিজন ঋণৰ বোজাত ভাৰাক্ৰান্ত হৈ আছিল। ঋণ পৰিশোধ কৰিবলৈ অক্ষম হৈ পৰিছিল তেওঁ।
ইফালে ঋণ উভতাই বিচাৰি হেচাঁ দিয়া লোকৰো সংখ্যা বাঢ়িছিল দিনকদিনে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি অৱশেষত চৰম সিদ্ধান্ত ললে দীনেশ সিঙ নামৰ ব্যক্তিজনে।
তিনিটা সন্তানৰ পিতৃ দীনেশ সিঙে প্ৰথমে নিজ তিনি সন্তানৰ ওপৰত পেট্ৰল ঢালি জুই লগাই দিছিল আৰু পিছত তেওঁ নিজেও আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিল। ৯ বছৰীয়া ৰিঙ্কি কুমাৰী আৰু ১২ বছৰীয়া ৰাজা কুমাৰ নামৰ শিশু দুটি ঘৰতে মৃত্যু হয়। শুভংকৰ কুমাৰ নামৰ ১৩ বছৰীয়া শিশুটিক চিকিতসালয়লৈ লৈ যোৱা হৈছিল যদিও বাটতে মৃত্যু হয়।আৰু আনফালে পিতৃ এতিয়াও চিকিতসাধীন অৱস্থাত আছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme