প্ৰতিজন লোকৰে জীৱনত বহু বাধা আহিব পাৰে। কিন্তু সকলো বাধা নেওচি জীৱনত আগুৱাই যোৱাতোৱেই হল সাহসীকতাৰ কাম। আপোনাক সাহস দিবলৈ যিমান মানুনহ ওলাব তাতকৈ বেছি ওলাব আপোনাক
বাধা দিবলৈ। কোনো এক কাম কৰিবলৈ লোৱাৰ সময়ত হয়তো বহুতেই কব যে তোমাৰ লগত আমি আছো, কিন্তু এনে বহু লোকো আছে যিয়ে সাহস দিয়াৰ পৰিৱৰ্তে আপোনাৰ মন ভাঙিবলৈ চেষ্টা কৰিব।
কিন্তু কাম হল আপুনি আপোনাৰ জীৱনত সেইসকল লোকক ৰাখক যিবোৰে আপোনাৰ ভাল বিচাৰে আৰু সেইসকলক দূৰ কৰি ৰাখক য়িয়ে আপোনাৰ ভায়তো কোনোপধ্যেই নিবিচাৰে। লগতে মনত ৰাখিব যিয়ে
আপোনাক মনত দুখ দিবলৈ চাব ভিন্ন ধৰণেৰে, আপোনাক আঘাত দিবলৈ বিচাৰিব, কামত বাধা দিবলৈ চাব তেওঁলকোৰ সম্মুখত কেতিয়াও হাৰ নামানিব। সদায় মুকত এটি হাঁহি লৈ আগুৱাই যাওঁক, আৰু তেওঁলোকক
প্ৰমাণ কৰক যে আপুনি কোন? মুখৰে নহয়, কামেৰে প্ৰত্যুত্তৰ দিয়ক তেওঁলোকক।