1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 10:47 am

হতাশা(DEPRESSION)ত ভুগিছে নেকি?

  • Update Time : Thursday, February 22, 2024

মানুহৰ জীৱনলৈ কেতিয়াবা এনে সময় আহে যিসময়ে মানুহক হতাশগ্ৰস্ত কৰি তুলে। কিছুমান সৰু সৰু কথাই আমাক পেলাব পাৰে হতাশাত।
হতাশাত ভুগা সাধাৰণ কথা নহয়। বহু মানুহে হতাশাত ভুগি নিজক শেষ কৰি দিয়াৰ কথা ভাৱে। কিছুমান সৰু সৰু চিন্তাই মানুহক এনেকৈ
হতাশগ্ৰস্ত কৰি তুলে যে, বহু কৰিব লগা কাম হৈ নুঠে। জীৱনৰ পৰা কিছু হলেও হতাশাজনক পৰিস্থিতিৰ পৰা আতঁৰি থাকিবলৈ অৱলম্বন
কৰিব পাৰে এইকেইটা উপায়।

*আনৰ পৰা অত্যাধিক Expectations নকৰিব।
*আপুনি আনন্দ লাভ কৰা কাম কৰক।
*এখন কাৰ্ডত ইতিবাচক কথা লিখি আপোনাৰ চকুত পৰাকৈ ৰাখক।
*অকলশৰে নাথাকি সামাজিক কামত মনোনিৱেশ কৰক।
*নেতিবাতক চিন্তা নকৰি ইতিবাতক চিন্তা কৰক।
*যিবোৰ মানুহে আপোনাৰ ভাল নিবিচাৰে তেওঁলোকৰ পৰা আঁতৰি থাকক।
*নিজকে সদায় ব্যস্ত ৰাখক।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme