1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 12:32 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

হতাশা(DEPRESSION)ত ভুগিছে নেকি?

  • Update Time : Thursday, February 22, 2024

মানুহৰ জীৱনলৈ কেতিয়াবা এনে সময় আহে যিসময়ে মানুহক হতাশগ্ৰস্ত কৰি তুলে। কিছুমান সৰু সৰু কথাই আমাক পেলাব পাৰে হতাশাত।
হতাশাত ভুগা সাধাৰণ কথা নহয়। বহু মানুহে হতাশাত ভুগি নিজক শেষ কৰি দিয়াৰ কথা ভাৱে। কিছুমান সৰু সৰু চিন্তাই মানুহক এনেকৈ
হতাশগ্ৰস্ত কৰি তুলে যে, বহু কৰিব লগা কাম হৈ নুঠে। জীৱনৰ পৰা কিছু হলেও হতাশাজনক পৰিস্থিতিৰ পৰা আতঁৰি থাকিবলৈ অৱলম্বন
কৰিব পাৰে এইকেইটা উপায়।

*আনৰ পৰা অত্যাধিক Expectations নকৰিব।
*আপুনি আনন্দ লাভ কৰা কাম কৰক।
*এখন কাৰ্ডত ইতিবাচক কথা লিখি আপোনাৰ চকুত পৰাকৈ ৰাখক।
*অকলশৰে নাথাকি সামাজিক কামত মনোনিৱেশ কৰক।
*নেতিবাতক চিন্তা নকৰি ইতিবাতক চিন্তা কৰক।
*যিবোৰ মানুহে আপোনাৰ ভাল নিবিচাৰে তেওঁলোকৰ পৰা আঁতৰি থাকক।
*নিজকে সদায় ব্যস্ত ৰাখক।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme