1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
June 29, 2024, 9:33 am

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ ৰাতুল মহন্তৰ দেহাৱসান

  • Update Time : Friday, June 10, 2022

ডিজিটেল ডেস্কঃ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ভাতৃৰ মৃত্যু। বিগত কেইবাবছৰ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ অৱশেষত শেষ নিশ্বাস ত্যাগ কৰিলে ৰাতুল মহন্তই। ৰাজ্য চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তৰ ভাতৃ তথা সমাজকৰ্মী ৰাতুলে তেজপুৰৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন অৱস্থাত শুকুৰবাৰে পুৱা প্ৰায় ৮.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে মহন্তই।

উল্লেখ্য যে মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৫ বছৰ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme