1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:35 am

 সাৱধান! বিশ্বৰ ৫০ প্ৰদূষিত চহৰৰ ভিতৰত ৩৫খনেই ভাৰতৰ, গুৱাহাটী কিমান নম্বৰত?

  • Update Time : Monday, April 25, 2022

ডিজিটেল ডেস্কঃ বিশ্বৰ প্ৰদূষিত চহৰৰ তালিকাত প্ৰত্যেকবাৰেই ভাৰতৰ ৰাজধানী দিল্লীয়েই প্ৰথম স্থান লাভ কৰি আহিছে৷ বিগত ৪ বছৰে প্ৰথম স্থান দখল কৰি আহিছে দিল্লীয়ে৷ কিন্তু বাৰতৰ প্ৰদূষিত চহৰৰ তালিকাত কেৱল দিল্লীয়েই আছেনে?

বিশ্বৰ বিভিন্ন চহৰত বায়ু প্ৰদূষণৰ মাত্ৰা নিৰ্ণয় কৰা সংস্থা ৱাৰ্ল্ড এয়াৰ কোৱালিটি ৰিপৰ্ট য়ে প্ৰকাশ কৰা প্ৰতিবেদনত দেশৰ বাবে আহিছে ভয়ংকৰ খবৰ৷ ৰিপৰ্ট অনুসৰি বিশ্বৰ ৫০খন প্ৰদূষিত চহৰৰ ভিতৰত ৩৫ খনেই ভাৰতৰ৷

দিল্লীয়েই প্ৰথম স্থান দখল কৰাৰ লগতে অন্য চহৰ কেইখনৰ ভিতৰত আছে বিভাড়ি, গাজিয়াবাদ, জৌনপুৰ, নয়ডা, গ্ৰেটাৰ নয়ডা, বাঘপাট, হিচাৰ, ফৰিদাবাদ, ৰোতহক, লক্ষ্নৌ, ঝিন্দ, গুৰুগ্ৰাম, কানপুৰ, মুজাফৰপুৰ, বাৰাণসী, বুলন্দচহৰ, মেৰঠ, কাদৌৰা, পাটনা, ধাৰুহেৰা, দুৰ্গাপুৰ, চৰখি দাদৰী, আগ্ৰা, যমুনা নগৰ, মুজাফৰনগৰ, আলমপুৰ, লুধিয়ানা, চোনীপথ, কুৰুক্ষেত্ৰ, জোধপুৰ, সিংগৰৌলী, আঙ্কলেশ্বৰ, অম্বালা৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme