1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 2:46 am

সাজুনে কপিল শৰ্মা আৰু সুনীল গ্ৰ’ভাৰক একেলগে চাবলৈ?

  • Update Time : Thursday, February 29, 2024

বিখ্যাত কমেডিয়ান সুনীল গ্ৰ’ভাৰ আৰু কপিল শৰ্মাক অতি সোনকালে নেটফ্লিক্সত একেলগে কমেডী শ্ব’ কৰা দেখা যাব। যাৰবাবে দুয়োগৰাকী তাৰকাৰ অনুৰাগীসকল অতিশয় সুখী।
এই ব্যক্তিগত চেনেলটোক দিয়া এক সাক্ষাৎকাৰত যেতিয়া সুনীল গ্ৰ’ভাৰক সোধা হৈছিল যে ৬ বছৰ পূৰ্বে কপিলৰ সৈতে তেওঁৰ কাজিয়া সমাধান হৈছে নে কপিল শৰ্মাক ক্ষমা কৰিছে? ইয়াৰ প্ৰত্যুত্তৰত অভিনেতাগৰাকীয়ে ক’লে – ‘হয় আমাৰ শ্ব’ আহি আছে, আকৌ এবাৰ কমেডিয়ান কপিল শৰ্মাৰ সৈতে আগৰদৰেই একেধৰণৰ কাম কৰিবলৈ ওলাইছো।’ এইবাৰ আমি নতুন ষ্টাইলত কমেডী উপস্থাপন কৰিবলৈ ওলাইছো। আমাৰ মাজৰ কাজিয়া আছিল মাত্ৰ এটা প্ৰচাৰৰ ষ্টাণ্ট যাতে আমি আমাৰ নতুন শ্ব’টো মুকলি কৰিব পাৰো।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme