1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:32 am

সন্ধিয়া লগাৰ পিছত ভুলতো নেখেপিয়াব ওকণি!

  • Update Time : Tuesday, July 16, 2024

আপোনালোকৰ ঘৰত আছে নেকি এনেকুৱা কোনোবা যি অনবৰতে ওকণি খেপিয়াই ফুৰে। নাইবা কৰবাত দেখিছে নে এনে লোকক যিয়ে অকলশৰে থকা অৱস্থাতেই নহয়, বিয়া, সবাহৰ ঘৰতো মামুহৰ আগতেই একণি খেপিয়াই ফুৰে।
পিছে জানেনে আপুনি বেলি ডুবাৰ পিছত যে ওকণি খেপিয়াব নালাগে। কিয় সেই সময়ত ওকণি খেপিয়াব নাপায় বা চাব নাপায় জানি লওঁ আহক-
. বেলি ডুবাৰ পিছত একণি খেপিয়ালে শৰীৰৰত ভিন্ন ৰোগে দেখা দিয়ে।
. বেলি ডুবা্ৰ পিছত ওকণি খেপিয়ালে পৰিয়ালত ভিন্ন সমস্যাই লগ ল’ব।
. সন্ধিয়া লগাৰ পিছত ওকণি খেপিয়ালে চুলি সৰাৰ দৰে সমস্যা হ’ব পাৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme