1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 8:26 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

সন্তানৰ বাবে পিতৃ-মাতৃয়ে পৰিশোধ কৰিব নালাগে কৰ…

  • Update Time : Tuesday, March 29, 2022
Tax

ডিজিটেল ডেস্কঃ জনসংখ্যা বৃদ্ধিক লৈ বিশ্বজুৰি চৰ্চাত থাকে চীন৷ তাৰ পৰিপেক্ষিতত চীনে এইবাৰ জনসংখ্যা বৃদ্ধিক লৈ হাতত লৈছে এক বিশেষ আঁচনি৷ চীন চৰকাৰে সদৰি কৰা অনুসৰি ৩ বছৰ বয়সৰ তলৰ শিশু থকা লোকসকলে চৰকাৰক পৰিশোধ কৰিব নালাগে কোনোধৰণৰ কৰ৷ তেওঁলোকক ১ জানুৱাৰী, ২০২২-ৰ পৰা প্ৰতি মাহে ১,০০০ ইউয়ান (১৫৭ আমেৰিকান ডলাৰ) কৰ ৰেহাই দিয়া হ’ব। চীনৰ ৰাজ্যিক পৰিষদে জনোৱা অনুসৰি ৩ বছৰৰ কম বছৰৰ শিশু থকা মাক-দেউতাকক কৰৰ পৰা ৰেহাই দিয়া হ’ব৷ বেছি সন্তান থকা ব্যক্তিসকলে পৰিশোধ কৰিব লাগিব কম কৰ৷ এই সংস্থাটোৱে জনোৱা অনুসৰি চীনত জনসংখ্যাৰ ভাৰসাম্য বৃদ্ধিৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হয়৷ বিগত বৰ্ষৰ জুলাই মাহত কমিউনিষ্ট পাৰ্টি চীনৰ কেন্দ্ৰীয় সমিতি আৰু ৰাজ্যিক পৰিষদে নীতিবোৰ সংস্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

চীনে জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত এই সমস্যাৰ সৈতে যুঁজিবলৈ এক শিশু নীতি ৰূপায়ন কৰে যদিও চীনৰ জনসংখ্যা ক্ৰমান্বয়ে বৃদ্ধি হবলৈ আৰম্ভ কৰে৷ পৰবৰ্তী সময়ত চীনে তিনিটা সন্তানৰ আইন ৰূপায়ন কৰি জনসংখ্যা বৃদ্ধি কিছু পৰিমাণে হ্ৰাস কৰিবলৈ সক্ষম হয়৷ চীনে জনসংখ্যা নিয়ত্ৰণৰ ক্ষেত্ৰত ১৯৮০ চনতে এখন শিশু আইন প্ৰৱৰ্তন কৰে৷ চীনত যেতিয়া দ্ৰুতগতিত জনসংখ্যা বৃদ্ধি হবলৈ ধৰে সেই সময়ত চীনত অৰ্থনীতিৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰে৷ তাৰ পৰবৰ্তী সময়ত চীন চৰকাৰে দুটা সন্তান জন্ম দিয়াৰ আইন প্ৰৱৰ্তন কৰে৷ এই আইনৰ জড়িয়তে যেতিয়া একো সাল-সলনি হোৱা পৰিলক্ষিত হোৱাত ২০২১ চনত তিনিটা সন্তান জন্ম দিয়াৰ অনুমতি প্ৰদান কৰে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme